১৬৪ [ ২ বছৰ এ সংখ্যা মমেৰে নহয়। তেওঁ লেখিছে “চনা লিখোতে, বৰ্ণাশুদ্ধি, ভাষাশুদ্ধি, শব্দ স্থাপন, •• তালৈ বিশেষ চকু ৰাখিব লাগে।” কিন্তু আমি দেখি দুখ পাইছে, যে লেখকে নিজৰ ৰচনাত এই কথালৈ বিশেৰ চকু ৰখা নাই। | অভিপ্ৰায় ফলবতী হয়” “বান্ধ খায় থাকিলে,” “উচ্ছাৰণ, “ব্যৱহাৰ কৰিব পাহৰিব নেলাগে, আধা ইঞ্চিৰ জোখা ঠাই এৰি "জঙ্কৰ ভিতৰত হাতীয়ে এটাইতকৈ ডাঙ্গৰ," “উহ-নিশ্বাস,” “তাল, “দেড় বচৰত,” এনেবোৰ অণ্ডথ এই পুথিত ভালেমান আছে। যদিও পানীক জীৱন বুলি উক্ত হৈছে" এইটো ব্যাকৰণ মতে অশুষ বাক্য। “অসমীয়া অৰ উন্নতিৰ কাৰণে পাৰেমানে চেষ্টা কৰিছিল।” “অতি মিতব্যয়ী আছি।” “কপটত। বৰকৈ ঘিণাইছিল।” এই সম্পূৰ্ণ বাক্যবোৰৰ কৰ্ত্তাকাৰক নাই। “এগনিউ চাহাবে তেখেতক ইংৰাজী বিদ্যাত পাৰ্গতালি দেখি।” ইয়াত হয় তেখেতৰ পাৰ্গতালি, নহয় তেখেতক পাগত, হোৱা উচিত। হেমচন্দ্ৰ বৰুৱাৰ খুৰাকৰ নাম লক্ষ্মীনাথ গজপুৰীয়া বৰুৱা, লক্ষ্মীনাৰায়ণ” নহয়। "তেওঁ অসমীয়া সাগৰত পেলাই,” “সাপৰ” মানে কি? লোকক ৰচনা শিক্ষা দিবলৈ কিতাপখন লেখা হৈছে যেতিয়া সেই কিতাপত থকা ৰচনাঃ নিৰ্দোষ হোৱা উচিত। আশাকৰোঁ। কিতাপখন আকৌ ছপাওঁতে লেখকে এনেকুৱা অশু থোৰ গুণৰাব। অসমীয়া কৃষিতত্ত। প্ৰথম ভাগ। এযুত নাৰায়ণ বৰুৱা বাৰ। প্ৰণীত। খেতিৰ বিষয়ে এই ডাঙৰ কিতাপখন পাই আমি নিজক গৌৰব। হি অনুভৱ কৰিছে। অসমীয়া এজনৰ দ্বাৰাই এনে এখন পুধি ৰচিত হৈছে, ইযে কি সুখৰ কথা তাক কৈ অব নোৱাৰে। এইখন বৰ লগ- তিয়াল পুথি, আৰু অসমীয়া ভাষাৰ ভড়ালত বহুমূলীয়া বস্তু। একাৰ ওচৰত আমাৰ এইফেৰা মাথোন খাটনি যে তেওঁ যেন ইয়াৰ দ্বিতীয় তাৰণত বৰ্ণাঙ্কি আৰু ব্যাকৰণ দোষবোৰ চাবৰ নিমিত্তে বিশেষ স্বতন কবে? ৰঙ্গপুৰ-সাহিত্য-পৰিষৎ-পত্ৰিকা (ত্ৰৈমাসিক)। চতুৰ্থ ভাগ। দ্বিতীয় সংখ্যা। পঞ্চানন সৰকাৰ এম, এ, বি এল সম্পাদক। বঙ্গীয় সাহিত্য-পৰিষৎ, ৰপুৰ-শাখা কাৰ্যালয়ৰ পৰা প্ৰকাশিত। এই ত্ৰৈমাসিক কাকতৰ মাৰি ৰাহীৰ সলনি আৰু সমালোচনা কৰিবলৈ পাইছে। মুঠতে কও যে কাকতখন গবেষণাপুৰ্ণ প্ৰবৰে পৰিপূৰ্ণ। ইয়াৰ আমি ২াৰ্থীৱন কামনা কৰে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২০২
অৱয়ব