সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চত, ১৮৩১) কিতাপৰ চমু সমালোচনা। ১৬৩ ings in low positions." আমাৰ মনেৰে বিলা" আৰু "খো" এই জটাৰ ব্যৱহাৰৰ ভিতৰত বিভিন্ন নাই বুলিলেই হয়, থাকিলেও সি না মাত্ৰ। দুইটা indiscriminately inanimate আৰু animate things ত ব্যৱহৃত হয়। লেখকে যাৰে তাৰে অসমীয়া কিতাপ এখন মেলি চলেই তাৰ প্ৰমাণ পাব। | "পিতেক” কথাটো আমাৰ চহ যেন লাগে। তাৰ সলনি পুতেক" ব্যৱহাৰ কৰাটো ভাল। | ডেকা শ্ৰীলঙ্গ গাভৰু”। কিন্তু ডেকেৰী বুলি আৰু এটা যে আছে? | কৰ্ত্তাকাৰকও বিশেষ্যত এ প্ৰয়োগ হয় সঁচা; কিন্তু অকামাক বিশেষত “ই” হয়; যেনে,-পাই, বাই। লেখকে তেওঁৰ ব্যাকৰণত বৰ্ণাৱিলৈ বৰকৈ মন দিয়া নাই যেন লাগে। নতুবা তেওঁ হাতীক “হাতি” আৰু গাখীৰক “গাখি” নেলে লেহেতেম। যিবোৰ শব্দ সংস্কৃতৰপৰা অসমীয়া ভাষলৈ আহিছে, উচ্চাৰণৰ ব্যাঘাত নহলে সেইবোৰৰ লৰচৰ কৰাটো উচিত নয়। তেওঁ কাঠডোখৰৰ দৰে পৰি আছিলে। ইয়াত “ছিলে” নেলেখি ছিল" লেখঃটোহে যুগুত। "আছিলে" কথাটো চহা আৰু অশুধ। Hurricaneক "বা-মুমি” মুলি “বামাবলি” বোলাটোহে গুদ। ২ঠতে ব্যাকৰণৰন ভাল হৈছে। শেখকে দ্বিতীয় তাৰণত তা বলাই আৰু ভালকৈ লেখিলে আমি আৰু সন্তোষ পাম। | ৰচনা-শিক্ষা। শ্ৰীযুত আজিৰ নহমানৰ দ্বাৰাই সংগৃহীত আৰু প্ৰকাশিত। এই সৰু কিতাপখন পাই আমি পৰম সন্তোষ পাইছে।। কাৰণ কিতাপখনৰ ভাবা উজু আৰু সুৱলা, আৰু লেখক এজন মুছলমান। আমাৰ মুছলমান ভাইসকলে হিন্দু ভাইসকলৰে সৈতে একে অনেৰে মাতৃৰ উন্নতি কৰিবলৈ যতন কৰিলে অসমৰ উন্নতি কাষ চাপিল জানি। কিতাপ খনৰ কাৰনতে লেখা আছে “অতি পুৰণি কালত প্ৰায় গোটেই ভাৰত- বতে সাত মাথোন প্ৰচলিত আছিল। পাচত কালৰ সোঁতত উচ্চাৰণৰ লৰচৰ হৈ তাৰ পৰা প্ৰাকৃত ভাষা ওলায়।" এই কথা থিৰাং নে? আমাৰ