চত, ১৯৩১] গোলাপৰ পত্নীত। পদুম মৰাৰ পাছত গোলাপৰ আকৌ নকৈ বিয়া কৰাবৰ মন গল। তেওঁৰ মাক জীয়াই থকাত নাকে তেওঁক কে বিয়া কৰাবলৈ সই লাগি আছিল। বহুত ঠাইৰপৰা ৰূপৱতী গুণৰী ছোৱালী (তওঁলৈ চিছিল। দুই এবাৰ ৰাখি-জোৰা পৰ্য্যন্ত ঠিক হৈছিল গৈ। তাতে, গোলাপগৰে লেখা পড়া জনা ভাল ভাৱৰ ডেকাৰু ছোৱালী দিবলৈ কোনে নিৰিচাৰিব? গোলাপে সদাই এটা নহয় এটা আসোৱাৰ উলিয়াই যেখুৱাই বিয়াৰ কথা তম পেলাই থৈ দিয়ে। মাক মৰাৰ পাছত ৰায়েকে কেইবা ঠাইতে ছোৱালী ঠিক কৰি চায়ে আহিছিল গৈ। কিন্তু গোলাপৰ আপত্তিৰ বাবেই এইবোৰ বিয়া ঙালি। তেওঁৰ প্ৰদেশত কাম কৰি থাকিবৰ মন আৰু নাইকিয়া হল। সংসাৰলৈ মোহ নাইকিয়া নিচিনা হল। গুলৰ ইন্সপেক্টৰ চাহাবলৈ তেও গখা কৰি মৈমনসিংহ জিলালৈ চৰইন্সপেক্টৰ কামত বদলি হল। তেওঁ ছোৱা- শীটা তেওঁৰ বায়েকৰ হাতত পতাই দিলে। ৰায়েক আৰু আন যিতিৰ কুটুম সকলোৱে বহুত কৈ-মেলিও তেওঁৰ মন ফিৰাব নোৱাৰিলে। সক- লোকে তেওঁ এই বুলি কলে যে “মই জানো সদাই কাটাতে থাকি গৈ? আকৌ আহিম নয়। চকৰি কামত এনেকৈ দেশ বিদেশত ফুৰিব TI" বাবৰ সময়ত বায়েখে কলে "ছোৱালীটি লাহে লাহে ডাঙৰ হৈছেহি। ৫৬ বছতে তাইক বিয়া দিবৰ ব। তুমি এজনী বিয়া কৰাই আনি যখন আকৌ পাতিলে হে তাইক উলিয়াই দিব পৰা হব। যাক নাইকিয়া হোৱালীক কোনে বিয়া দিব। বিদেশৰপৰা তুমি সোনকালে আহিবৰ উপায় কৰিবা। ব্যস্ত কামত পাছ হকি একা ভাল নয়। গোলাপে শীৰভাৱে উত্তৰ দিলে “বাইদেউ, দুৰি ৰাৰী হোৱাৰেপৰা পতিৰ বাৰে ব্ৰত কৰিছ; শোকে পত্নীত কৰিবলৈ দিয়॥ মই বিয়। নকৰাও।” এবীজ খাইল।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯৭
অৱয়ব