পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চত, ১৮৩১] গোলাপৰ পত্নীত। যে সেই গাঁৱলীয়া অৰ্ধশিক্ষিত ছোৱালীজনীৰে আকৰ্ষণ কৰিব পৰা শক্তি আছে। গোলাপৰ খং আৰু গাখীৰ ঢাকোন খহি পৰিল আৰু লাহে লাহে তেওঁ পদুমৰ ওচৰ চাপিবলৈ ধৰিলে। | মাহীমাকৰ গালি-শপনিৰ তলত সৰেপৰা ডাঙৰ হৈ অহা পদুমে বাপে- কৰ ঘৰৰ মৰম বৰকৈ চিনি নেপাইছিল। তেওঁৰ সখীয়েক, নকৈ বিয়া কৱে। বিজুলীৰ মুখে স্বামীৰ গুণ-কীৰ্তন আৰু মৰমৰ কথা যদিও তেওঁ নি- ছিল, তথাপি সেইবোৰ কথা তোমাৰ সাধুতকৈ চা বুলি পদুমৰ বিশ্বাস মহৈছিল। বিয়াৰ পাছত শাহৱেকৰ কঠোৰ শাসনত, আৰু গোলাপ অৱহেলাত সেই ভাব তেওৰ মনত আৰু ডাঠ হৈছিল। প্ৰথমবাৰ ৰিয়েকৰ বুকুন্ত পহুমে মৃৰ প্ৰবলৈ পাই আৰু পৰি যোৱা মৰমৰ কথা কাণত পৰা মাকে তেওঁৰ ফঁাৎকৰে অংশৰ ভুল বিশ্বাস ভাগিল। ভালপোৱা কি বস্তু তেও শিকিলে, স্বামীক চিনি পালে, মৰম ভালকৈ বুজিলে। পদুম-গোলাপ দুটি গুচি একেটি হৈ পৰিল। চাৰি বছৰৰ পাছত পদুমে এটি ছোৱালী পালে। বাপেকৰ ঘৰত পৰে লেখা পড়া শিকিবলৈ সুবিধা নেপাইছিল; কোনোমতে পঢ়িব পাৰিছিল আৰু টে'ৰা-বেকাকৈ নিজৰ নামটো ডাঙৰ আখৰৰ লেখিবলৈ শিকিছিল মাথোন। ঘৰুৱা কাম আৰু উঁত যোৱা, বেজিৰ কাম আৰিত তেওঁ পাৰ্শত ছিল। বাপেকৰ ঘৰত তেৰেই হে মাহীয়েকৰ বাবে ঘৰ চলাইছিল। | গিৰিয়েকৰ যত এই চাৰি বছৰত পহুমে অসমীয়া লেখা পড়া শিকিলে, ইংৰাজীতে অলপ হাত দিছিল, ইয়াৰ বাহিৰেও সকলো লাগতিয়াল আৰু গোলাপে শিকাৰ পৰা বিষয়তে তেওঁৰ অলপ অলপ জ্ঞান হল। | গোলাপে এতিয়া হাই স্কুলত মাষ্টৰি কাম কৰে। শিক্ষাবিভাগ ভাল শিক্ষক বুলি তেওঁৰ বৰ সুখ্যাতি। স্বাধীন মতৰ বাবে ওপৰৰ শিক্ষকসকলে আৰু তলতীয়া ছাত্ৰবিলাকে তেওঁক সশানে তাশ পায়, আৰু তেওঁৰ কথা সুনে। মাক আৰু বায়েকৰ কথা গোলাপে কেতিয়াও নেলাম। আগেয়ে একেলগে পঢ়া আৰু পঢ়া খবিলাকে "গোলাপ শাট” তেঁওবিলাকৰ মাজত নেপালে এজন প্ৰকৃত ভালবাহ