খ আৰু আগাম ব্যয় তারানাথ চক্ৰৱতীয়ে ১৯১০ চনত ডিব্ৰুগড়ৰ পৰা ‘আসাম বার নাম মাহেকীয়া কাকত এখন উলিয়ায়। ডিব্ৰুগড়ৰ গাৰাম চৌধুরী প্রমুখে কেইজনমান ব্যক্তি এই কাকতৰ সৈতে জড়িত আছিল। উজনি আৰু নামনিৰ ভাষা লৈ বাহী’ আৰু “আসাম বান্ধৱৰ মাজত বিতর্ক হৈছিল। তাৰ নিদর্শন তলত দাঙি ধৰা হল- (১) “নিৰুপায়ক উপায় স্বৰূপে তেওঁ এটা কৰিব পাৰে। যথা- শাহীখন গামােছা, পােহৰী কাকতখন চুৰিয়া, অওধ ডিবুবুগৰীয়া কাকতখন চেলেং; আৰু একেবাইে “শুধ, নির্ভুল, নির্মল” ব্যাকৰণৰ বহ্নি দ্বাৰাই পৰিশােধিত, পৰিশােভিত, পতিত সাধু তর্ক চঞ্চুসকলৰ ঠোটৰ দ্বাৰাই “পৰিখুটিত” চতুক দল বলেৰে দকচি সম্পাদিত বহিস্কৃত আৰু প্ৰকাশিত সেই লাবণ্যময়ী সৰস্বতী বান্দেৰীৰ “হৃথী” অৱতাৰৰ শুৰৰ দ্বাৰাই তলিছাতলত পৰা আদি কৰি বিহিত সাজি-পাৰি ওলাই ডেকালি কৰাঁ।” বিহুৱা ডাঙৰীয়া শ্রীকৃপাবৰ স্বয়ং (বৰবৰুৱাৰ গাত চতৰ বিহু, চতুর্থ বছৰ, ষষ্ঠ সংখ্যা, বহাগ, ১৮৩৫)। ‘আসাম বান্ধৱ' কাকতত লক্ষ্মীকান্ত মিশ্র ভাগৱতীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা ব্যঙ্গ কৰি এটা প্রবন্ধ লিখিছিল। লেখক ভাগৱতীয়ে বেজবৰু ৰচনাৰ পৰা মাছমৰীয়াসকলৰ উপমাৰ উদ্ধৃতি দি সেইবােৰ ধীবস উপমা' বুলিছিল। | কৰ্ম্মবীৰ চন্দ্ৰনাথ শৰ্মাই উজনি-নামনিৰ ভাষা লৈ যি অশুভ বিতর্ক সৃষ্টি হৈছিল, তাত তেওঁ সুখী নহৈছিল। তেওঁ সমম্বয়ৰ সেতু নির্মাণ প্রয়াস কৰিছিল। পিট চন্দ্ৰনাথ শৰ্মা লক্ষ্মীনাথ বেজবৰুৱাই বাঁহীত পদ্মনাথ বৰুৱাৰ ‘টেটোন তামুলী নাটকখন কঠোৰভাৱে সমালােচনা কৰাত চন্দ্রনাথে ফেৰপাতি ধৰি “হেমকোষ আৰু বাঁহী” (উষা, চতুর্থ ভাগ, ১৮৩৩ শক) প্রবন্ধত “উলুরাকো নেপাতি” বােলা দৰেই বাঁহীৰ ভুল ধৰি পাৰেমানে থেতালি পেলালে।” তেওঁ যেন কিতাপৰ (টেটোন তামুলীৰ ভুল দুটামান ধৰি, ধৰিছাে ধৰিছে বুলি দীঘলকৈ জপিয়াই নিজৰ তপা মূৰটো চাটত লগাই ফালি দোষ ধৰি দণ্ড পােৱা লােক পৰিস্ফীত হৈ এই পৰামর্শ দিছে। তেওঁ আৰু লেখে বাঁহীৰ সম্পাদকে এবছৰ সর্বাঙ্গ সুন্দৰকৈ চলালে বুলি যদ্যপি হেকাই টিলিকি মাৰি মাগুৰ মাছৰ খােলা খাইছে, তথাপি বাঁহীত যিমান অলেখ অগণন ভূল দোষ আমাৰ চকুৱে দেখাে, সিমান সহীয়া ভুল আন কোনাে বাঁহীৰ বাই-ভনী কাকতত আমি দেখা পােৱা
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৯
অৱয়ব