পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চত ১৮৩১] অসমীয়া ডাঙৰ মানুহৰ অৱস্থা। ১৪৫ অসমীয়াৰ ওপৰত কেনে হব বিবেচনা কৰা নহৈছিল। বন্দী-বেটী কাৰ কিমান আছিল গত্তি কৰি আৰু সিহঁতৰ বাৰাই কিমান মাটি ৰোৱা হৈছিল এই কথা ঠিক কৰি গিৰিহঁতক ক্ষতিপূৰণ ৰূপে কিছু বছৰৰ খান। শাফ দিব লাগিছিল। এইটো নিশ্চয় যে এইটি কাৰ্যই আসামৰ ধনী-মানীসকলক একেবাৰে দীন দৰিত্ৰ কৰিলে। আসামে এনা কমিচনৰ চাৰ আৰু গৰ্ণৰজেনেৰেল বাহাদুৰৰ এজেন্ট অধীন থাকোতেই পোনতে বৰকৈ সুদৃষ্টি নাপালে পাছে বঙ্গাল দেশৰ লেফটেনেন্ট গৰৰ চাহাব বাহাদুৰৰ শাসনাধীনলৈ অহাতে অসমীয়াৰ বিশেষ একো লুঙ্গি নহৈছিল। তথাপি সুধীৰ শাসনকৰ্তা চাৰ জৰ্জ কেৰেল চাহাবে আসামৰ গাঁৱলীয়া পঢ়াশালিত আৰু কাছাৰীৰত অসমীয়া চলাবলৈ হুকুম দি অসমীয়াৰ কিছু উপকাৰ সৰিছিল। ১৮৭৩ চনত আসা- মক বঙ্গালদেশৰপৰা পৃথক কৰি এজন চী কমিচনৰ অধীন কৰি দিয়াত ভাবাই অনেক পিনে উন্নতি লাত কৰিব পাৰিছিল। এই আমোণতে গুৱা- হাটীৰ কলেজ বিভাগ এৱালি হয় আৰু এই আমোলতে কটন কলেজ থাপন হয়; এই আষোলতে অসমীয়া লৰাই ইংৰাজী উচ্চ শিক্ষা পোৱাৰ সুবিধাৰ্থে জুনীয়ৰ-চিনীয়ৰ বৃত্তি পোৱ নিয়ম কৰে আৰু স্মৃতি বিষয়ে সময়ে সময়ে অনেক পৰিবৰ্ত্তন হয়; এই আমোলতে আসাত কেড়েলে গিয়ল হয় আৰু এই আয়োলতে অসাম লেঃ বেগুলেন বিধিবদ্ধ হয়; এই আমেলতে লৰ্ড বপন কাহাদুৰ লোকেল চেগবৰ্ণমেন্ট সম্পৰ্কে লোকেল বোৰ্ড সৃষ্টি হয় আৰু এই আমোণতে দৈনিক জাহাজ গোৱাৰপৰা ডিব্ৰুগড়লৈ চলায় আৰু আসামত প্ৰথম বেইল পতা হয়; এই আমোলতে আসামৰ মাটিৰ খাজনা বৃদ্ধি হয় আৰু দহ চনীয়। কুৰি চনীয়া পটা দিয়া হয়; এই আমোলতে মৌজাদাৰী গুচাই তহচিলাৰী উলিয়াইছিল আৰু এই আমেলতে তহচিলমাৰী উঠি আকৌ মোদাৰ চলে; এই জামোলতে আব- কাৰী বিভাগৰ প্ৰাদুৰ্ভাৰ হৈছে; এই খামোলতে ঘৃণিত আৰু লাঞ্ছিত অসমীয়। ভাবাই বিশ্ববিদ্যালয় স্থান পাইছে না অনেক একাৰ উৎকৰ নাত কৰি; এই কামোলতে ৰাজকাৰ্য আশোনা বিষয়ে আলামত গয়ে ঠায়ে একোখনি ডাঙৰ স| বাপন হয়; এই কামোলতে আলামত ফেবখনিও