পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

388 বাহী। ( বছৰ, ৫ম সংখয় নিৰ্মিত তেওঁলোকৰ যত বশী-বেট আছিল; তদুপৰি আৱশ্যকীয় খাদ্য সামগ্ৰী গগনীয়াৰে নিয়মিতৰূপে তেওঁলোকৰ যোগান দিছি। এই ঙুেকে তেতিয়াৰ দিনত টকাৰ বৰ ব্যৱহাৰ মাহি আৰু ব্ৰব্য বও অতি মুলত ছিল। গুলোক বলে কোনো গলে সেই কালত তেওঁ বিশেষ লাৰ আৰু খোৱ লোৱাৰ পিনেও যত্ন পাইছিল। শায়ে ইংৰাজৰ আমো- লত বশী-বেটা মুকলি হৈ আৰু মাটি-বাৰীত নগদ টকাৰ খাজনা লাগি ভদ্ৰ- শ্ৰেণীৰ মানুহ একেবাৰে বিপাঙত পৰিল, আৰু তেওঁলোকৰ দিনে দিনে শোচনীয় অবস্থা হবলৈ ধৰিলে। সেই সময়ত আসামৰপৰা ভাৰতবৰ্ষৰ শঙ্কা প্ৰদেশলৈ অহা-যোৱাৰ সুবিধা নাছিল আৰু কোনো ৰকমৰ শিক্ষাৰ বন্ধবও নাছিল। তেনে স্কুল ভদ্ৰশ্ৰেষৰ মানুহবিলাকে পেট প্ৰবৰ্তন মহা চিন্তাত পৰি গবৰ্ণমেণ্টৰ হাতলোতলৈ যাবলৈ ধৰিলে; কিন্তু গণমেন্টে কিছুমানক পেন্সন কি আৰু কিছুমান প্ৰণাৰে চাকৰী দি পোনতে বিশেষ অনুগ্ৰহ দেখুৱাইছিল বুলিও ফুল কাছাৰিত বঙ্গভাষা চলাবলৈ আৰু বঙ্গাশী শিক্ষিত লোকক কাম দি আনিবলৈ ধৰাত অসমীয়াৰ পক্ষে টান হৈ পৰিছিল। তেওঁলোকৰ সেইবোৰ বেজাৰৰ কথা সদৰৰ মিল চাহাৰ আহোঁতে তেওঁলোকে তেওঁক জনোৱাছ চাহাব মহোদয়ে তেওঁৰ ৰেপটত সেই বিষয়ে সুন্দৰৰূপে লিখি গৈছে। "I can not find that the circumstances of the slave holders were made known to goveroment when Act V of 1843 was passed, or that its effects upon the assar.ese were considered. A census of the slaves should have been taken and the quantity of land Lilled by slave labour slould have been ascertained, and some compensation in the shape of a remission of rent for a stated period should have been made to the owners of slaves. There is no doubt that this measure reduced the only men of substance in Assam to absolute poverty." অৰ্থাৎ ১৮৩ চনৰ • আইন জাৰি কৰোতে বন্দী-যেটা একা লোকসকলৰ অৱস্থা বৰ্ণমেন্টক জনোৱা হৈলি ফেল নাপাওঁ, অথবা সেই আইনৰ ফল - r