সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

, vos ] অসমীয়া ভাঙৰ মানুহৰ অৱ। >80 আলোমবিলাক চান আতিৰ ভিতৰুৱা এটা উগ্ৰ কৱ গুৰু কৈ বুলি আমি ওপৰত উনুকিয়াই আহিছে। আদিতে আমেবিলাকৰ বাস- স্থান পুৰণি পং ৰাজ্যৰ ভিতৰৰ মৌলং নামে দেন। খুননু আৰু ৰছু বংশৰ ৰাজ্যখনেই দুভাগ হৈ এখনৰ নাৰ মূৰিংগ্ৰাম ও আনৰ মাৰ মৌলং হৈছিল। ফুৰিমুগ্ৰাৰ, মৌলং আৰু যুকঙত চান সতীয় ফৈ- বোৰৰ ৰাজ্যবিলাক আছিল। চুকাফাই ১২১৫ খৃষ্টাব্দত নিজৰ ফলীয়া | জন ডাঙৰীয়া,৯••• মতিতা লৰা ছোৱালী, দুটা হাতী আৰু •• বোৰা লৈ, আৰু মুংকঙৰ ৰজাৰ ঘৰৰপৰা চোমদেও মূৰ্তি চুৰকৈ লগত লৈ, তেৰ বছৰ পাটকাই পৰ্বতৰ কাষৰে-পাজবে অনাই-বনাই ফুৰি ১৯২৮ খৃষ্টাব্দ অসাম সোমায়। তেওঁ প্ৰথমতে নগা ফৈদ এটাৰণত ৰুৱাই নুতীয়া কৰিছিল; তাৰ পিছত বৰাহী আৰু মৰাণ জাতি দুটাক হই এখী কৰি সিহঁতৰ প্ৰতি ভাল ব্যহাৰ কৰি বিয়া-বাৰুৰে সিহঁতৰ সৈতে সন্তু কৰি সিহঁতক নিজৰ জাতিৰ ভিতৰত সুমাই লৈ আহোমৰ লেখ বঢ়াইছিল। তাৰ পিছত লাহে লাহে ছুটীয়াকে আদি কৰি অনেক অনাৰ্য জাতি আহোমৰ ভিতৰত সোমাই আহোমৰ শেখ সৰহ কৰিছিল। সংক্ষেপতে, আলামত আহোমৰ গুৰিডোখৰ এয়ে। লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া ডাঙৰ মানুহৰ অৱস্থা। আসাৰৰ ডাঙৰ আৰু শ্ৰেণীৰ মানুহৰ হীনাৱস্থাৰ বিষয় আলোচনা কৰা কিমান আৱশ্যকীয় সকলোৱে জানে; কিন্তু সেই বিষয়ে কোনো কথা এই পৰিমিত কোনোয়ে লিখা আমাৰ মনত নপৰে। পূৰ্বে আসাৰ ৰজাৰ দিনত বিষয়াবিলাকক দিয়া নিৰ নাছিল আৰু ইতৰ প্ৰাৰপৰাও কোনো ৰকমৰ বাজনা বা টেৰ লোৱা হৈছিল। বিষয়াবিলাকে প্ৰবৰ্তন নিমিত্তে এটি পাইছিল আৰু সেই আe ৰোৱাই-দোৱাই-ই খাব।