চত, ১৮৩১] পাহাম। ১৪১ আলামত আহামবিলাকে কেনেকৈ আহোম নাম পালে সেইটাৰ উৱাদি উলিৱা টান। অনুমান কৰাৰ বাহিৰে সেই বিষয়ে সঠি- একে। কব নোৱাৰি। আষাৰ মনেৰে চান শৰপৰা কেইবাটাও পৰিবৰ্তন ঘটি আহোৰ শব্দ ওলাইছে। সেই কালত চান জাতিটো নিশ্চয় মামলা আছিল। আহোষবিলাকে যেতিয়া প্ৰথমতে অসম সোমাই না মৰাণ বৰাহী আদি জাতিবোৰক ৰণত হৰুৱাই নিৰ মহা পৰাৰ দেখুৱাইছিল তেতিয়া তেওঁলোকে আসাশত নিজৰ ৰৈ সৰু নামটো প্ৰচাৰ নকৰি শৰ বেছিকৈ জনাজাত জাতীয় নাম চানটো হে প্ৰচাৰ কৰা সম্ভৱ। যেনে নানাজাতৰ আৰু গৰ্ম্মৰ ভাৰতীয় মানুহ আজিকালি ও আমেৰিকা আফ্ৰিকা আদি ঠাইলৈ গলেতওঁলোকক সেইবোৰ দেশৰ মানুহে হিন্দু বোলে, আৰু অনেক সময়ত তেওঁলোকে নিজেই বিদেশীয়ে সহজে বুজিব পৰা হিন্দু নামেৰে লোৰ আগত চিনাকি দিয়ে, চান কাতিৰ এই ফৈটোৱেও বিদেশ আসামত নিজক চান বুলি চিনাকি দিয়াটো অসম্ভৱ নহ। চান শব্দটে। সেই কালৰ পৰ্বতীয়া অসমবাসীৰ মুখত পৰি প্ৰথমতে আচান হোৱাটো সম্ভৱ। মানুহে অনেক অচিনাকি শব্দ উচ্চাৰণ কৰোতে সেই শব্দৰ আগত এটা স্বৰবৰ্ণ লগাই উচ্চাৰণ কৰাৰ উদাহৰণ অনেক আছে। “চা”ৰ আগত ৰা” যোগ দিয়াটোৱেই সয়। কোৱা বাহুল্য যে চু"ৰ উচ্চাৰণ অসমীয়াৰ মুখত "স"। "ন" আৰু "ম"ই আয়ে ঠাই পলসলনি কৰে। সেইদেখি “আচান"ৰ উচ্চাৰণ আসাম হোৱাটো অসম্ভৱ নয়। লোকে দিয়া নাম লাহে লাহে নিজে গ্ৰহণ কৰাৰ উলাহণ বুৰঞ্জীত অনেক আছে। যেনে, হুইপ টৰি ৰাউণ্ডহেড, কোৱেকৰ; একীমিষ্ট মডৰেট ইত্যাদি। লোকে দিয়া নাম "আসাম কালক্ৰমত আহোমসকলে গ্ৰহণ কৰি নিজৰু সেই নামেৰে চিনাকি জিবলৈ ধৰিলে যেন মনে ধৰে। “স” আহোমৰ মুখত “” হোৱাটো সঙ্ক- লোৱে জানে। এনে গতিৰে চান, আচান, আচাষ, আসাম, আৰ তাৰপৰা আহোম অহম হোৱাটো অনুমান কৰিব পাৰি। আহোম আসামলৈ অহাৰ আগেৰে যে আমবাসী অনাৰ্য আৰু যাৰ্য জাতিৰ ভিতৰত হিন্দু ধৰ্ম তাষা সংস্কৃত না থাকতৰ প্ৰভাৱ নালি এনে নহয়। সেইদেখি আহোমক ৰাণ পণ্ডিতসকলে আৰ্য সাজেৰে সজাই সংঙ্কত অসম (যাৰ সমান নাই)
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৭৯
অৱয়ব