p, ১৮৩} সম্পাদকৰ চৰা। ১৩ আমি ফটিকাক বৰ-বিহ ইচ্ছা কৰিয়েই লিছে। ভালকৈ কবলৈ গলে
িবৰ-বিতকৈও বৰ। বৰ-বিৰ মুখত দিয়াজনৰ তলিকে প্ৰাণ যায়;
কি ফটিফাত মুখ দিয়াৰ এণ লাহে লাহে এচিকা এচিটাকৈয়ে এৰি দি তেওঁক লেলা তুই যায়। তাৰ উপৰি, বৰবিৰ মই বৰ-বিহ। গেৰ মহাশ; তোক বধিবলৈ হ আহিছে।” এ বুলি কৈ জাননী জি আছে; কিন্তু ফটিকাই মই তোৰ বুকুৰ ৰা, পৰৰ খিত্ৰ; মোক হই সাবটি ল" এই বুলি ছলকৈ মিছা জাননী দি আগোপন কৰি লাগেনি। ফটিকাই যে মানুহৰ হিতাহিত বিবেচনা শক্তি হিত কৰে, শৰীৰ দুৰ্বল কৰে, এই পুৰণি কথা কোনে নাজানে? দেহতত্ত্ববিদ পণ্ডিতসকলে আৰু ভাৰসকলে আজিকালি স্পষ্টকৈ কয় যে শৰীৰ ৰক্ষাৰ নিমিত্তে, স্বাস্থ্য ৰক্ষাৰ নিমিত্তে, আন কি কোনো ৰোগৰ সৰবৰূপেও ফাটকা আৰকতা নাই। আজিকালিৰ বিচক্ষণ ডাক্তৰসকলে ব্ৰাঙি আদি ফটিক। কোনো বোগতে ব্যৱহাৰ নকৰে। যিবোৰ ৰোগত আগৰ তৰপৰ পাৰে প্ৰাপ্তি ব্যৱহাৰ কৰিছিল, আজিকালিৰ ভাল ডাক্তৰসকলে সেইবোৰ ৰোগহ ব্ৰাপ্তিৰ ব্যৱহাৰ তুলি দিছে! মুৰোপীয়সকলৰ ভিতৰত তেজ ৰা আন প্ৰকাৰ মিলন বা আতিথ্য জেৰে ইজনে সিনৰ স্বাস্থ্যপান কৰাৰ নিয়ম প্ৰচলিত আছে। সেই প্ৰাচীন নিয়ম যে অপকাৰী আৰু স্বাস্থ্যপালনৰ নিয়ম বহিৰ্ভুত তাক তেওঁ লোকৰ ভিতৰৰ অনেকে জানে। আৰু এইটোও সকলোৱে জানে যে তেনেকৈ মই খাওঁতাজনে মদ খাই বন্ধুৰ স্বাস্থ্যৰ উন্নতি কোনো প্ৰকাৰে কৰিব নোৱাৰে, আৰু বন্ধুনেও উতৰত সেইৰে ম খাই নিজৰ আৰু তেওঁৰ স্থাপন কৰোতাৰ স্বাস্থ্যৰ উন্নতি এক ঘনিষ্টামানো কৰিব নোৱাৰে, বৰং তাৰ বাৰাই দুয়ে দুইৰে স্বাস্থতিৰ দিহা হে কৰে। অৰু গাৰ্থত কবলৈ গলে সেইটো দুই পক্ষৰ ভিতৰত এক প্ৰকাৰ চুচৰীয়া বিৰৰ আত্মত্যাহে বুলিব পাৰি। আমাৰ ভিতৰত বিলাতী প্ৰথাৰ আহি লৈ গেৰে স্বাস্থ্যপান কৰোসকলে যেন এই কথা শৰত ৰাখে।