পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহ। [ম ৰা সংখ্যা জাতি-ৱোনৰ প্ৰতি অনাস্থান হৈ পৰিল। গতিকে কটিকা পান নকৰিবলৈ শেৱা হিন্দুশাস্ত্ৰ নিষেধ বা প্ৰতি তেওঁলোকে এ হেৰুৱালে। যা খলে যে জাত যায়, সেই কথা তেওঁলোকে নমনা হল; কাৰ, তেওঁলোেক শিকলি কাটি উৰা মৰা অৱস্থাত। বুঢ়া-তৰপৰ মানুহ যেতিয়ালৈকে জীয়াই আছি,সেইসকলৰ প্ৰতি ভয় কৰি ডেকা-তৰপে প্ৰথষতে লুকাই চুৰকৈ টিকা খাইছিল; কিন্তু কালক্ৰমত যেতিয়া সেই বুঢ়াগকশ আঁতৰিল আৰু গুৰুতৰপে সেই ঠাই পালে, তেতিয়া আৰু তেওঁলোকক পায় কোনে? তেওঁলোকেই সমাজৰ গৰাকী, তেওঁলোকেই লেখা-পঢ়া বন-বৰ অধিকাৰী, তেওঁলোকেই সমাজ-পঁচিখেলত ৰহ বুলিলেই হ, পচি বুলিলেই পঁচি। আসাৰত আমি সৰুতে, মহোৱা মানুহৰ আৰু মদৰ সংসৰ্গক লোকৰ জাত ধোৱা দেখিছিলো। আজিকালি মল্পী মানুহৰূপী পকা চুলি অসমীয়া সমাজৰ মূৰৰ কেচা চুলিৰ ভিতৰত আঁৰাই ৰাই ওলাব; আৰু সেই চুলিত "কলপ” দি এনেকৈ কল কৰি থোৱা হৈছে যে সেইবোৰ বাছি উলিয়ায় কাৰ সাধ্য? তেওঁলোক যে মদাহী সেইটো দেখা-শুনা লুকচুক; কিন্তু কাৰ শুতি আছে যে তেওঁলোকক ধৰে ছোৱে? | আমাৰ এইটো ডাঠ ধাৰণা যে মদ খালে ও ঘোৱ বিশ্বাস আৰু বিধান চলা-শোলো হোৱাত অসমীয়া হিন্দু আৰু মুছলমান সমাজৰ অশেষ হানি ছে। কিন্তু এইটাও দুফে ফি যায় পি আৰু উভতি নাহে। হেৰোৱা সেই টকটীয়া নিয়ম আৰু বিশাস অসমীয়া সমাজৰ ভিতৰলৈ উভঙি নাহে। আশাৰ শিক্ষিত সমীয়াসকলে দকৈ তাৰি চাইছে নে যে কি বৰ-বিহত তেওঁলোকে মুখ দিছে। অৱশ্যে আমি শিক্ষিত অসমীয়া বলোতে এটাই- বোৰ শিক্ষিত অসমীয়াকে ‘ব তিত পেলোৱা নাই; যিসকলে সেই -বিহুত মুখ দিছে তেওঁলোকৰ ফালে চাই হে আমি কথাষাৰ কৈছে।। আমি তাকে জানে, শিক্ষিত অসমীয়াৰ ভিতৰত এনেকুৱা মনে আছে বি নাৰ মতো গুৰি নিদিয়ে, আৰু যাৰ চৰিয় নিল।