চত ১৮৩১ ] সম্পাদকৰ চৰা। সুন্দৰীৰ ৰূপ ধৰি মানুহক মা কী ফটিকাৰাশীৰু সংহি গো আৰ্য ঋষি মুনিসকলে ভালকৈয়ে চিমি পেলাইছিল; সেইদেখি তেওঁলোকে “যামপেয়মগ্ৰাহ্যং” ইত্যামি অন্ত্ৰেৰে তাই নাক কান কাট এ কৰি দিছিল; সেইদেখি যাহী মানুহ আৰু মাৰ ব্যৱসায় কৰি জীবিকা উশৰ্জন কৰোতাসকলে হিন্দু সমাজত অতি মীৰ শাৰীত ঠাই পাইনি; সেইদেবি শৌখিক চালে হিয়াৰ গৰৰ বাহিৰত ৫ মাস কৰিবলৈ পাইছিল। কিন্তু নাক-কাটা কা-কাটা কুটিকা নিখাই মিচা ককায়েক কোনো ৰাৱণৰ আগত হিন্দুশাস্বৰূপ ৰাম-লক্ষ্মণৰ ওপত ফাশি গোচৰ দিছিল গৈ, নতুবা এই বুগত ভাৰতত ফটিকা-খৰেৰে সৈতে গতবাসীৰ এই দোৰ্বোৰ ৰণ নালাগিলহেঁতেন, আৰ সেই ৰণত ইনবিলাক অৰত- বাসীও নপৰিলহেঁতেন। পুৰণি কাপত ভাৰতবৰ্ষত ঘি বিলাকত ফটিকা প্ৰায় এক প্ৰকাৰ 'লোপ পাইছিল বুলিলেই হয়। সেইবোৰত ফটিকাই শাহ্মণ ক্ষত্ৰিয় বৈশ্য শুদ্ৰৰ ছাঁত ভৰি দিব নোৱাৰিছিল। বৌ ৰজাৰ ৰাবিকভোব তেনেকুৱাই আছিল, ভাৰতবাসী এক কটকী মেগেস্থেনিচে লেখি থৈ যোৱা বিৱৰণ পঢ়িলেই বুলিব পাৰি। টিকাই ভাৰতবৰ্ষত আকৌ তাৰ প্ৰভাৱ বিস্তাৰ কৰিলে কেনেকৈ? এই প্ৰশ্নৰ উত্তৰত আমি কবলৈ বাধ্য যে ভাৰতত বুৰেীসকলৰ আৰি- ভাষৰ লগে লগে শুকান ফটিকা-গছৰ গুৰিৰপৰ আকৌ পুলি পোখা ওলাল। বিদান বুদ্ধিমান বণী মুৰোপসকল স্কটিকাৰ সেৱক। তেওঁলোকক ভাত যত দেখি তেওঁলোকৰ আহি লৈ চলিবলৈ বিলাৰ কৰা ভাৰতীয় সকলেও ফটিকা বিদ্যা বুদ্ধি আৰু বৰ অ বুলি টুল বুলি কোৱাটো আচৰিত কথা নহয়। বিশেষকৈ পশ্চিমীয়া সভ্যতাৰ মনা ইংৰাজী শিক্ষাৰ সোঁত যেতিয়া ভাৰতত বেগেৰে ৰবলৈ ধৰিশে, সেই শিগত শিক্ষিত অনেক ভাৰতবাসী, আৰু শিক্ষিগুসকলঙ্ক দেখি অনেক শিক্ষিত ভাৰবাসীও পুৰণি বিখৰ আৰু যিধৰ্ম্মবিহিত নিয়ম-কাৰেণ আৰু
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৭৩
অৱয়ব