১৩ । [১ম , সংখ্যা ওলা নোলাওঁ কৈ | মনমোহ ঠগটি। “ন যষৌ ন তন্থেী” | অগাপিছা ভৰিটি। সানমিহলি নৈ ওভতনি সোতটি। সাথৰ ভাঙনি হৈ পানী-মিঠৈ গোটটি। চাওঁ নে নেচাওঁ কৈ মৰমৰ দেহটি। দেবী নে মানবী ঐ মাধুৰীৰ ছবিটি। কুমাৰ আগৰৱালা। সম্পাদকৰ চৰা। ফটিকা। ফটিকা দেৱতাই শ্ৰন কৰিছিল নে অসুৰে এজন কৰিছি কব নোৱাৰে; কিন্তু একালত যে সি দেৱ দৈত্য দুইৰৰ কান্ধত সমানে উঠিছিল, আৰু আজিকালি কশিমুলত তেওঁলোকক কাকো নাপাই মা ফান্ধতে তাৰ গোটেইটো পাৰ ভৰ দি উঠিছে তা সংশয় নাই। মনুষ্য জাতিৰ অপকাৰজনক যতৰে বস্তু এই পৃথিবী আছে তাৰ ভিতৰত কটকা বাই। এই পৃথিবীত ই শোক সন্তান বঢ়োৱা কাৰ্যত কাক ফাৱে চেৰ পেলাব নোৱাৰে। কি আশ্চৰ্য্যৰ বিষয় এইটোহে নে শৰ এনে মোহিনী মা, লতু মা েনি। শোক সন্তপ ফমাৰ মনেৰে তাৰ শৰণাগত হয়। কত মানুহে তাৰি এই বুকুত পৰি সোমায় গৈ। কত মানুহে এই অল দুইৰ ৰূপত নো গৈ গাৰাৰে পিয়াই ভাত পৰে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৭২
অৱয়ব