, ১৮৩১] সম্পাদকৰ চৰাৰ বুবলী। উপায় দেখা পোৱা নাই। কিছুমান সময় মানুহআছে, তেওঁলোকৰ নিজৰ গাত যত গোখ থাওক, তেওঁলোকে স্বাৰ্থপৰ হৈ সেইবোৰ গুচাবলৈ ৈসময় নষ্ট নকৰি ৰাৰ্থত্যাগ কৰি মোক পাপ যে কোন কে। গুৰলৈ ব্যস্ত হয়, আৰু লোেক গাত সেই দোষ চেকা তেওঁলোকে দেখিলে তেওঁলোকৰ অন্তৰ বাৰিকপক্ষতে ব্যৰিত হৈ পৰে। অভিমে ৰা ৰাহীৰ ভুলবিলাকৰ ভিতৰৰ দুটা এটাৰ বাহিৰে বাকীবোৰ যদিও ভুল বুলি ৰাহীয়ে স্বীকাৰ কৰিবলৈ পলে বন্তিৰ মান ৰাখিবৰ অৰ্থে তেনেকুৱা কৰাৰ বাহিৰে আন একো কৰা নহয়, তথাপি বা “সবাতকৈ গুলী। কেচুৱা হোৱা বাবে সেই কথা পকা তেলৰ বণিক বাহীয়ে মাত ফুটাই কবই নোৱাৰে। তাৰ বাহিৰেও এইটো মন কৰিব লগীয়া কথা ৰে খতিয়ে ৰাহীৰ বয়সলৈ চাই এইবাৰ আটাইতকৈ কোমল সমালোচনা কৰি ৰাহীক “সাবধান" কৰিয়েই এৰিছে, কিন্তু আকৌ ৰাহীৰ পাত ভুল দুষ্টালি দেখিলে তেওঁ যে ৰাহীক শুদাই এৰিৰ এনে আশা কৰিব নোৱাৰি। গতিকে, বৰ অলেখ ভুল { শুধ) আৰু ব্যাকৰণ-বিভ্ৰাট” (গুণ} ৰাহীৰ চকুত পৰিলেও ৰাহীয়ে সেইবোৰ কেতিয়াও ভুল বুলি কব নোৱাৰে। সেইবোৰ বৰিৰ জিলিঙনি বুলিহে বাহীৰ ধৰি গব। সেইদেখি বায়ে বৰিৰ বহ; সোবাৰৰপৰা আৰম্ভ কৰি শ্ৰীৰাম দাসৰ ৰা মুদ্ৰিত আৰু প্ৰকাশিত"লৈকে গোটইখন আপ্ৰয়োগ বুলিহে ধৰি লৈছে। হায় শক্তিৰ বিষয়ে সৰহ আৰু একো নকয়। চৰিতাৱলী।-যুত উপেন্দ্ৰনাথ বৰুৱা খাৰা ৰচিত। একাই পানিত লেখিছে-*এই পুথিত কোনো সন্ধতি পুৰুষৰ জীৱনচৰিত্ৰ জিয়া হৈছে। গ্ৰীচৰ ধাৰ্শনিক পতি চটচৰ জীৱনাৰ কেনেকৈ সৰ্ক 'লোৱে নিব লাগে, সেইদৰে সামৰ আনন্দৰাম বৰাৰ বিষয়েও না উচিত।” আমিও সেই কথাত হয় দিওঁ। এই কিতাপখন পঢ়ি আমি। সত্তেৰ পাইছোঁ। লেখক ইংৰাজী আৰু অসমীয়া দুই কাৰতে পৈণত; তেওঁৰ কাপৰপৰা এনেকুৱা কিতাপ আমি সততে আশা কৰে। চী, শো- মি সেলিম, ভেটোন, মোমাই খুশী ষষষৱ, এক, প্যাৰীকৰণ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৬৫
অৱয়ব