সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৬ বাঁহী। (১ম বছৰ, ৪ৰ্থ সংখ্যা। ভীশ ধুমুহাপূৰ্ণ প্ৰকৃতি ভয়ঙ্কৰ মূৰ্ত্তি আগত তুলি ধৰি ভয় লগুৱাই, ব বিদাৰক মৃত্যুৰ ছবিৰ কাষেদি লৈ গৈ, প্ৰাণত শোকৰ বেগ উঠাই, শৰতৰ নিৰ্ম্মল জোনাক সৰগৰ তলেদি আনি, বসন্তৰ কুঁহি কুঁহি নতুন ফুল পাগেৰে কোৱা, শছলতাৰে সুসজ্জিত প্ৰকৃতিৰ বিতোপন মন যোব। ৰূপেৰে, হৃদয় বিশ্বয় ৰসেৰে বুৰুৱাই, নিৰ্জীব শনৰ ভাব সজীৰ কৰি, মৰমৰ প্ৰাণ শান্তিৰ পানী তিয়াই দিয়ে। এযতীন্দ্ৰনাথ দুৱৰা। কৃপাবৰ বৰুৱাৰ সামৰণি। | বৰবৰুৱাই ৰাহী বাদ্য কৰে। ৰ, ৰ, হচিৰী হোৱা। নবজাবি! টানি আধুৰি মানুহক মাৰিব খুছিনে কি। হামধুটিখাই পৰি ধাওঁ যদি? চিৰ-লগৰীয়া। বিচাৰি ইমান দিনে জীৱনৰ সঙ্গী পাশে মই চোৱ। এই ৰাখিছো হিয়াত। মৰমেৰে না কেনে পবিত্ৰ মুখনি, পবিত্ৰ হিয়াৰ কাবি প্ৰকাশে গঙ্গাত।