কবিতা। যন নতুন আনিসেৰে এছ। কবিতাৰ এই চিৰমধুৰতাৰ কাৰণেই গত ইতি ইমান আদৰণীয়। যত দিনৰ আগেয়ে লিখা কালিদাস শফুল, মেঘদূত, আজিলৈকে পুৰণি হোৱা নাই; সকলোৱে ভাৰু হেঁপা- ৰে পড়ে, সকলোৱে তত সমান আম পায়, ভাৰপৰ মধুৰত, সৌৰ্য্য সব পৰা যায়। সেই কাৰণে ৰাতি সেই কবিতাগত ও সন প-ি কাৰ কৰি চিৰকাললৈকে পত তাৰ সৌন ফিলিকি বি। অৱশেষত ইয়াকে দেখল যে জগতৰ ঘটনাৰ মনৰ গাত যি ভাব ভয় কৰে, গইনৰ ধন শোহি পৰা শক্তিৰে সৈতে সেই ভাবৰ বিকাশে বিতা; মন আৰু কল্পনাই কবিতাৰ সৃষ্টিকৰ্তা; ভাব তাৰ অগ; খান সমালেই বিকাশৰ। কবি সায় মধু, সদায় আঙ্গুল, তাৰ ৰস কোনেও একেবাৰে আৰু কৰিব নোৱাৰে বা লৈয়ো কোণ কৰিব নোৱাৰে। ৰা প্ৰা কী বুখীয়া কোনো এই সুৰপৰা যথিত হোৱা নাই। ধন। পূৰ্ণ পকীঘৰৰ ভিতৰত থকা চহকীকে যেনে সি সুখ দিয়ে, খাৰলৈ নেপোৱা নিঃকিম শব্দ থকা দুখীয়াকো তেনে মুখ দিয়ে। পালি এৰীয়ে বেঢ়ি একা, অশে ৰকমৰ সুন্দৰ সূৰ মণিমুকুতাই কোৱা একা একা সাত থকা মৃত মুকুট পিৱা ৰকো যেনে সি সুখ দিব, অকলসীয়া, দুবেলা দুমুঠি খোৱ, জুপুৰী ঘৰত থকা সামান্য তিকহ একে। তেনে মুখ ফিশ কবিতাত কবিৰ হৃদয়ৰ তলিত থকা ভাৰ জিলিকি উঠে, কবিৰ সুখ, হ, আ, নিৰাশা, ভাষৰ উচ্ছাস, মম আবেগ, কেতিয়াবা উনহিত হিছে, কেতিয়াবা বেজাৰত কান্দিছে, কেতিয়াবা পেলুৱা লাগি একেখিৰে চাই আছে। কবিৰ সকলোখিনি মনৰ ভৰ কবিতাত লস্বৰূপে কালি থাকে। কবিতাই আমাক সেই ৰাজ্যলৈ লৈ যায় যি ৰাতি যৰি কৰিয়ে কলাৰ বলেৰে হৰি আকিছিল। আমি সেই ৰাজ্যৰ অসীম সৌন্দৰ্য দেখি লংসাৰৰ আলা যা পাৰি কবিৰ ভাবতে ভোল গৈ আপোন হেৰুৱা ৰওঁ। আৰু কবিই কি কৰে। কবিতাই কৰনাৰ ৰাজ্যত ফুৰাই, পাৰিজাত ফুল ফুলি থকা নন্দন কাননৰ পাঠিয়েছি বৈ যোৱা শাকিনীৰ ভীৰৰ গৰাসকলৰ সুমধুৰ সঙ্গীতপৰিপূৰ্ণ স্বৰগৰ অপূৰ্ব শোভা দেখুৱাই, মন আনন্দেৰে এখুন্নিত কৰি, পুনৰ খৰলৈ মই মোৰ গাজমিৰে সৈতে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৬১
অৱয়ব