পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফখ, ১৩১] কবিতা। কৰি লৈ কল্পনাৰ যতেৰে সেই মি বাণিদিকে সসাৰণৰ কাৰণে তয়াৰ কৰাই কবিৰ প্ৰধান কাৰ। মনে সংসাৰপৰা বৰ ৰাৰি বাজি নিৰ কৰি লৈ, কনাই তাকে সকলোৰে সমান ৱে ব্যৱহাৰ কৰি পৰ কৰি সাজিছে। কষিয়ে এই ফনা বলেৰে মনৰ ভাৰবিলাক সকলোৰ কাৰণে সমান কৰি চিৰকাশ কৰি যায়। সেইকাৰণে কত সুন্দৰ ভাষপূৰ্ণ কবিতাই বহুকালৰেণৰ মানৱ সমাজৰ শিক্ষাৰ অৱস্থাৰ পৰিবৰ্থ- নলৈ আওকাণ কৰি নিজৰ সৌন্দৰ্য আৰু মহত্ব ও ৰাখিছে। প্ৰতি কত সুন্দৰ বন্ধু আছে যাক আমি এখন বৈ নেগেৱাকৈ যা নোৱাৰে। বাৰু মামি ভাব আৰ কল্পনাৰে আৰু সুৰ কৰি তুলি তাৰ সৌন্দৰ্য্য চাই হেঁপাহ নপলায়; যিমান বাৰ চাওঁ, সিমান বাৰ নতুনকৈ চাবলৈ মন যায়; যি সদায় আমাৰ মনত নতুন মুখ দিয়ে। একে কবিতা। কবিতাই সুন্দৰৰ সৌন্দৰ্যক এখনি পটৰে আনি আমাৰ আগত ধৰেহি। পটত আমি কেৱল ভাবৰ আকাৰ দেখে, কবিতাই তাক সজীৱ কৰি তোলে। কবিতাৰ সৌন্দৰ্য্য চিৰকালস্থায়ী, বিমান বাৰ চোৱা যায় সিয়াম যা মন আনৰে পৰিপূৰ্ণ হয়। এইকাৰণে কোনোবাই ধৰি নিজৰ মৰমৰ বন্য এটিক চিৰকাললৈ মানৱ সমাজত ৰ যাব পোৰ তেন্তে তেওঁ বৰ আৰু লব লাগিব, কাৰণ ভাবেই কৰিৰ প্ৰখন অঙ্গ। সুৰ্য পূৰ ফালে উঠে এই কথাটি সকলোৱে জানে আৰু এই কথাই মানুহৰ মন আকৰ্ষণ কৰিব নোৱাৰে। কি যেতিয়া জগতে পুৱা সুৰৰ সোণালী কিশত গা ধুই কাক কৰে, সেই সময়ৰ সৌন্দৰ্য্য সেই সময় যে গান গেয়েছে মানুহৰ মন আকৰ্ষণ কৰে। কোনৰ পোহ সকলোৱে দেখিছে, ভৰিনীৰ কুহু কুহু যাত সকলোৱে নিছে, দুপৰ ৰাতি তত কাৰো সাৰ-ৰ নাই সেইটা সকলোৱে আনে, এইবিলাক কথাই মানুহৰ মূৰ টানি নিষ নোৱৰে; কিন্তু কোনোই ফি এনে দুপৰ ৰাতিত আৰু তটিনীৰ পাৰত বহি তটিনীৰ কুহু কুহু পুৰৰ মুখৰ কান্দোনৰ লগত নিৰ বৰ সমবেদনা জানাই সেই সময়ৰ মনৰ সেই তাৰবিলাক পয়ত একাণ কৰি থৈ গৈছে, সেয়েহে মাহৰ মন টানি আনি কবিৰ তাৰ লগৰীয়া কৰিব। কষিয়ে সংসাৰৰ প্ৰত্যেক উমাতে একো গৰৰ মূল পায়। পুৱা ত নৈত