কবিতা।
- পায়। আগেয়ে এবাৰ উনুকিয়াই অহা হৈছে যে এই ৰা বহিৰ
ঘটনাৰ হাৰ লগে লগে আমাৰ মনৰ ভাবেৰেও পূৰ্ণ। অৰ্থাৎ সংসাৰত আমি কেৱল ঘটনাষিক দেখে; ইয়াত তাৰ লগে লগে ফোনটো ভাল, কোমটো বেয়া, কোনটো ধুনীয়া, কোনটো তয় লগা, ইত্যাদি বিলাফ জানি পাৰে। মানুহৰ মনত এই ভাব সেতি সদায় হৈ আহিছে অথচ সি সদায় নতুন। মনৰ ভিতৰৰ এই ৰাজ্যখনি বাহিৰত উলিয়াবলৈ মানুহ সায় য- বান, কাৰণ ইয়াক কোনেও নষ্ট হবলৈ এৰি দিব নোৱাৰে; আৰু না মোহ- বাৰ একমাত্ৰ উপায় প্ৰকাশ কৰা; কামকাই মানুৰে সাহিঙ্গা আশ্ৰয় কৰিব লগীয়া হয়। কিন্তু যিখনি ৰা কেবল হৃদয়ৰ ভাৰ লৈ গঠিত হৈ তাক এনেভাৱে বাহিৰত উলিয়াব লাগিব যাতে সেই ৰাজ্যই অইনৰ হৃদয়ৰ ভাৰ তালৈ টানি নিব পাৰে। অকল সাহিত্যই সেই কাৰৰ উপযুক্ত নহয়, সাহি- ত্যৰ লগত আক নানাৰকম ছন্দ, অলঙ্কা, ইত্যাদিৰ আৱশ্যক। নিলাৰ নীল সাহিত্যই সেই কাম কৰিব নোৱাৰে। যেতিয়া আমাৰ এই ৰমৰ ৰাজ্যই সাহিত্যক অৱলম্বন কৰি নানাৰম দু লৰেৰে বিভূষিত হৈ মানুহৰ খন হৰিব পৰা শক্তি লৈ গত আবিৰ্ভাব হয় মেয়েই হৈছে কবি। কবিতাৰ প্ৰধান উপাদান হৈছে তাৰ। ভাষৰ ওপৰতেই কবিতা ভাল বেয়া নিৰ্ভৰ কৰে, তাৰ লগে লগে ৰচনা কৌশলে আৰু কাৰণ সফলল মানুহৰ মন একে নহয়, এমনৰ যিটো কথাত অমত ভয় লাগে না বিষয় ওপয়ে আমজনৰ হয়তো সেই কথাই মন বিচলিত হয়। তেনেহলে ফতি আগৰজনে তেওঁৰ মনৰ ভাবট যথাযথৰুপে সাধাৰণ ভাবাত একাণ কৰে তেন্তে সেই কথাই আনন। খনৰ গাব গলপে বিচলিত নকৰে। সেইকাৰণে ৰচনাৰ কৌশলেৰে, ৰামাৰকমৰ ল অলঙ্কাৰেৰে সই ভাবটিক এনে ৰকমে প্ৰকাশ কৰিব লাগে যে যাতে সি ইনৰ মন আকৰ্ষণ কৰিব পৰা শক্তি পায়। যি কবিতাটিয়ে যাব মন যিমান শোমালে কৰণ কৰিব পাৰিব সেই কবিতাটি সিমান ভাল। খালা ফোলৰ কাৰ- শেই কবিতাই এই পাৰণ ভাষাকৈ মানুষ মন সোনকালে পাৰ্ষণ কৰিব পাৰে।