বহী। [১ম বছৰ ৪ সংখ্যা ভাৰ লগে লগে আমাৰ সুখ, মুখ, তয়, বিশ্ব, ভাল লগা, বেয়া লপ ইত্যা নানা ৰকৰ মনৰ ভাব তাই বিৰাজ কৰিছে। সেই ৰাজ্য আমাৰ মনৰ ভাবৰ বলত পৰি পৰে কম তেৰে ৱিত হৈ জিলিকি থাকে। আমাৰ মনে সেই আত্য নিজ ইচ্ছামতে সম্পূৰ্ণৰূপে নিজৰ তলতীয়া কৰি পাতি লৈছে। আমি এই জগতই জানিব লগীয়া আৰু শিকিৰ লগীয়া বহুত কথা আছে। আমাৰ ক্ষুদ্ৰ সীমাবদ্ধ নিক যেতিয়া এই অসীম পৃথিবীৰ অশেষ জটিল ৰহস্যপূৰ্ণ ঘটনাৰ গাত ৰিজাই চাওঁ তেতিয়াই আমি আমাৰ হৃদয়ত অজ্ঞান কলা ঢাকনিৰ ছাঁ দেখিবলৈ পাওঁ , আৰু দেখো দিনে দিনে সংসাৰত কত ঘটনা ঘটিছে যে তাৰ লক্ষ যোজনৰ দূৰৈতো থিয় হবলৈ আমাৰ জ্ঞানে সাহ নকৰে, আমি ঘটনা বৈচিত্ৰ্য দেখি একো বুজব নোৱাৰি তথা লাগি একেখিৰে চাই থাকো; আৰু নিজেই নিজৰ অক্ষমতা বুজিব পাৰি অৱতে আমাৰ মনত সেইসোব প্ৰকৃত তথ্য জানিবলৈ এটা ঔৎসুক্য জন্মে : সেই ঔৎসুক্য নিবাৰণৰ লগে লগে আমাৰ সংকীৰ্ণ হৃদয় ক্ৰমশঃ বহল হৈ যায়, আমাৰ মনে তেতিয়া হৃদয়ৰ অজ্ঞানৰ দুৱাৰ মুকলি কৰি জ্ঞানৰ পোহক সোমাবলৈ বাট দেখুৱাই দিয়ে আৰু তেতিয়া সংসাৰৰ প্ৰত্যেক ঘটনাই আমাৰ মনত একোটি সাঁচ বহুৱাই ৰৈ যায়। এই পাঁচবিলাককে লৈ মনে আমাৰ ভাবৰ ৰা গঢ়িবলৈ আৰম্ভ কৰে। কিছুমান মানুহ আছে তেওঁবিলাকে এইবিলাক কথালৈ কাণ নকৰি শিকিবলৈ বা খানিবলৈ আওকাণ কৰে; তেওঁবিলাকৰ যনে একে আগ্ৰহ নেদেখুৱায়; সঙ্কীৰ্ণ হৃদয় বহন কৰিবলৈ তেওঁবিলাকে মন নকৰে; জ্ঞানৰ পোৰক দুৰৈত থৈ এই বিশাল পৃথিবীৰ এচুকত পৰি থাকি নিজৰ চিনাকি ঠাইতে নিজেই আলহী হৰলৈ ভাল পায়। ইফালে এনেকুৱা মানুহো আছে যাৰ মন সমায় ভাব আৰ কল্পনাৰে পৰিপূৰ্ত, যি সকলো কথাতেই একটি একটি নতুন ভাব দেখিবলৈ পায়, সাংসাৰিক ঘটনাই যাৰ বয়-বীণৰ তাৰ জোকাৰি মানাফ ব্যাগ ৰাগিণী সুৰ দিয়; এনেবিলাক মানুহৰ মনেই ওপৰত কৈ অহা এফানি ভিৱ ৰাজ্য সৃষ্টি কৰে। আধুকে এই ৰাজ্য বৰ আপোৰ বুলি ৰে আৰু ইয়াৰ ভিতৰেদি অহা যোৱা কৰিবলৈ বৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫৬
অৱয়ব