পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • 194, Xbox]

কবিতা। ১৯ মৰ পোহৰ সুৰ বৰাহে বেগতে, উটি যক পানীৰ সোঁতত। পুৱাৰ মাধুৰী সুৰ কাণত পেলাই শান্তি দিয়। ধুমুহা মাহ্মত। পুনৰ খাটিয়ে বাহী সদাষ বলো, দিব্য চকু বিতৰ। কথাক। সুৱৰি শুৱৰি মই তোমাৰ সুৰক শান্তি দিওঁ আকুল হিয়া। অমিয়া সুৰক শুনি নাচিছে মৰাই, তলত ফুলিছে ঢেপা কলি। সাৱটাসাৱটি কৰি গছ লতাবোৰে মৰ্তৰ সন্তাপ মিছে তুলি। বলোৱা ই ক্ষুদ্ৰ ৰাহী, গোৱ। উলাহেবে, পৰে যেন সায় কাণত। নিলে বহীৰ মুৰ গুচিব কাপ, এনে বেশ ধৰিছে মনত। চিৰজীবি হোৱ মোৰ সুলী জীয়াৰী, যিৰিঙোৰ কোমল কেউতি। পুণিমা কোমৰ দৰে নিৰ্ম্মল সেতত বই যোৱা সেতক সাৱটি। দেবেন্দ্ৰনাথ বেজবৰুৱা। কবিতা। বিতাৰ এই ৰূপে সজোৱা সংসাৰৰ ভিতৰত প্ৰত্যেক বস্তুৱে প্ৰত্যেক॥টনাই একো একোখনি বিভিন্ন ৰকমৰ সৌন্দৰ্যৰ পট চকুৰ আগত তুলি ধৰি ৰনৰ মাৰ নৱ ষেৰে পৰিপূৰ্ণ একোখনি নয় ৰাজ্য সৃষ্টি কৰে। সেই ৰা যে কেৱল যহিগছৰ নেই আম্বত এনে নহয়,