পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাণ্ড, ১৮৬১] ঘটনাচক্র। ১১৭ টায়ে পঢ়িবলৈ পালোঁ যে “পি এত ও জাহান বেইলিঙত বহি থাকোতে মিষ্টৰ এ, চি, লর্ডইটাল নামে এন যাত্রী হঠাং জাহা দোলোভে পানীত পৰি ভূৰি মৰিল; জাহাজ ৰাখি নাৱেদি যদিও তেওঁক বিচৰা গল কি আৰু দেখা পােৱা নগল। ৰাতি এন্ধাৰ থকাৰ গুণেই তেওঁক পােৱা নগণ ; তাতে আকৌ অপাৰ সমুদ্র।” তাৰ পাছত বাতৰি কাকতে লেখিছিল যে তেওঁলােকৰ মনেৰে এই মিষ্টৰ এ, চি, লড়াইটাল কলিকতাৰ বিখ্যাত সাউ মিষ্টৰ অর্থাৎ হেৰী সঙইট,অলৰ পুতেক; সেইদেখি তেওঁলোকে শােকাতুৰ বন্ধ লর্ডইট লক আন্তৰিক সহানুভূতি জানায়।” ইত্যাদি। বুঢ়া লর্ডইটুলে শােকৰ ওপৰত শােক পাই আৰু পৰই দিন ভাৰতবৰ্ষত নাকিল। ইয়াৰ পাছত তেওঁৰ কাৰবাৰটো এটা কোম্পানীৰ হাতত থৈ এং- লাে ইণ্ডিয়ানৰ মৰমৰ ঠাই বোর্ণমাথলে গুচি গ'ল। সুশীতল বাৰুৱে অথৰ চাচৰ বিশ্বাসঘাতকতাৰ বাতৰি যি দিনাই পালে সেই দিনাই কাম ইস্তফা দি বুঢ়া লর্ডইটঅললৈ চিঠি লেখিলে। বুঢ়াই গতি দুখ প্ৰকাশ কৰি সুশীতল বাবু ইফা গ্ৰহণ কৰিলে। বি লাখটকা ; দি আদিতে তেওঁ কামত সােমাইছিল সেই টকাৰে তেওঁ নিজে স্বাধীন ব্যৱসায় কৰি মনৰ দুখেৰে দিন কটাবলৈ ধৰিল। | তাৰ পাছত শৰতৰ কি হল? শৰতে এইবােৰ কাণ্ড দেখি নিজেই আটাইবােৰ মোৰ কাৰণ হেন ভাবি পিতৃগৃহ এৰি শুৱানীপুৰত এটা ঘৰ কেৰেয়া কৰি আছিল । তাৰ পাছত সেইখিনি সময়তে মচিও মুলক ভাৰত- বর্য এৰি ফ্রাচলৈ যাবলৈ ওলাল। তাৰ পাছৰ জাহাজতে শত ফ্রান মুৱা হল। চুম্বকে টনিলে লাে কেনেকৈ থাকে? আমি মাচেলত জাহাজৰপৰা নাযােতে এজন মানুহ আহি শাশাক চহৰ দেখুৱাম নে বুলি সোধাত, মানুহজনৰ মুখ দেখি ভাল মানুহ যেন ভাবি তেওঁকেই আমাৰ “গাইড” কৰি ললে। চহৰ চাই ভাগৰ খেদাৰ নিমিতে এটি কাফেত বহি জলপান খাওতেই আমি তেওঁৰপৰা ওপৰত লেখা বিৱ- ৰণটো শুনিছিলে। তেওঁ আমাক তেওঁৰ কার্ড দিছিল। ফার্ডখনত এই দৰে নাম লেখা আছিল।