পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাপ, ১৮ ] ঘটনাচক্ৰ। আমি কৃষ্ণবিলাসিনীৰ কথা অলপ কওঁ। তেওঁৰ বয়স অতি কম। সৰুতে তেওঁৰ বিয়া হৈছিল। স্বামী কি কৃষ্ণবিলাসিনীয়ে জনা নাছিল। কিন্তু সমান হয়- সীয় খান ছোৱালীৰ বিয়া হলে কৃষ্ণবিলাসিনীৰ বৰ আনন্দ। এতে যিয়া ততে বিলাসিনী। কৃষ্ণবিলাসীনীৰ মাক নাই বাপেকো মাই। কিন্তু কৃবিলাসিনীৰ অভাৱ এনে নম্ৰ এনে মিঠা, যি তেওঁক দেখে সিয়েই তেওঁৰ ভাল পায়, পুতৌ কৰে। তেওঁ হিন্দু বিধৱাৰ দৰে মাছ মঙহ নাই- ছিল, কিন্তু দুবেলা ভাত খাইছিল। কৃষ্ণবিলাসিনী সুৰী। বঙ্গালীৰ ভিতৰত এনে সুন্দৰী অতি বিৰল। কিন্তু কি হব? এই সুন্দৰীৰ সৌন্দৰ্যৰ অধিপড়ি কোনো নাছিল। তামোল সাত, ৰন্ধাত, ৰান্ধি মাইক খুৱাত কোনেও কৃষ্ণবিলাসিনীৰ দোষ খৰিব নোৱাৰিছিল। আৰ্থ চালচে বেছ বাব পাৰিছিল। লাহে লাহে সুশীতল বাবু। বৰৰ তিতাসকল তেওঁৰ আগত ওলোৱা হল। ওলোৱাৰ প্ৰখৰ কাৰণ, শৰত আৰু আৰ্থৰৰ একে বয়স, তাতে আকৌ দুয়ো এনে বন্ধু; দ্বিতীয় কাৰণ, আথবৰ বেহাল; তৃতীয়া কাৰণ, আথৰইংলণ্ডীয়,আৰু ইংলণ্ডীয়সকলৰ তিৰু মুনিহৰ আগত ওলায়। এই শেহ কাৰণটো আৰ্থৰ চাল চেই দেখুৱাই দিছিল। কেন্ধুি জৰ লৰাবিলাকে কেৱল যে লেখা-পঢ়া কৰিয়েই সময় কটায় এনে নহয়। তেওঁলোক এটা নে এটা বাহিৰা আমোণ প্ৰমোত লাগি আছেই। কোনোৱে হয় তো নাও বোৱা লৈয়েই আছে, কোনোৱে হয়তো কীকে, কোনোৱে ফুটবল, কেনোৱে বিলিয়াৰ্ড, কোনোৱে কুন্তি আৰু ব্যায়াম লৈ আছে, কোনোৱে হয়তো মদ খাই তা খেলি সময় কটা,কোনোৱে হয়তো শিক্ষক ওচৰত নেদেখিলে চুৰটৰ দোকান কি মদৰ দোকানৰ অধিষ্ঠাত্ৰী গাভৰু ছোৱা- শীৰে সৈতে আলাপ কৰিয়েই আছে, কোনোৱে হয়তো গান বাজন। লৈয়েই আছে। এইবোৰ কৰিও বেছি ভাগ লৰাই ভাল ভাল ডিগ্ৰী লৈ কেজি এৰে। ব্যায়াম, ধেমালি, কুন্তি, লৰা-চৰ এইবোৰ কেৰি অৰ্ভত বৰ আদৰ বস্তু। যি লখাই ভালকৈ নাও বাব পাৰে সেই লৰাৰ তাত বৰ খাতিৰ। এইবোৰ নানান কাৰণৰ নিমিত্তেই ইংৰাজ আজিকালি পৃথিবীৰ ভিতৰত ডাঙৰ ৰাতি হৈ।ে আৰ্থৰ কেজিত থাকোতে কোনো অঞ্চন্তে-