১১৪ [১ম বহু, স না হয় তেনেহলে কথাই নাই। এইবোৰ মানুহৰ হাতত পচা গলপ-অচৰ থাকে আৰু সিহঁতে চিনাকি মানুহজনক মাতি আনি এগিলাচ খুৱায়; তা পাছত চিনাকি মানুহজনে আকৌ সিহঁতক খুৱায়। তেতিয়া সিহঁতে তেওঁৰে ঈগতে বিলিয়াৰ্ড বেশি যায়। বিলিয়াৰ্ড ত প্ৰায়ে চিনাকি মানুহন হাৰে। ইত্যাদি ইত্যাদি। লণ্ডনত এনে মানুহৰ অন্ত নাই; কলিকাতো তাৰ লেখ কম নহয়। দুখৰ বিষয় এনে মানুহ এটাৰ হাতত আমাৰ দুই বন্ধু আৰ্থৰ আৰু শৰত পৰিছিল।• এই মানুহটে। এঘাৰ বজামান ৰাখি দিনৌ মুলজৰ হোটেললৈ আহিছিল। সেইখিনি সময়ত প্ৰায়ে আৰ্থৰ ঘৰলৈ গৈছিল। শতক এই মাহটোৱে অৰুলৈ পাই (এই মানুহটোৰ নাম চিনিয়ৰ মুঙ্কাটে। পুষ্টি। সি পৃথিবীৰ সকলে দেশৰ কথা অলপ অলপ জামে, সকলো দেশৰ মাত অলপ অলপ জানে) সুৰোপ, আমেৰিকাৰ, মিছায় হওক সচায় হক; বহুতে কথা কবলৈ ধৰিলে। চিনিয়ৰ মুস্তাটো পুমাল্টি শৰতৰ বন্ধু হল। “ব” এই কথাটোৰ সকলো ভাষাতে অপব্যৱহাৰ হয়। আচল সচা হৃদয়ৰ হু কেইজন। এই মানুহটোৰ সৈতে আৰু মাৰীৰ সৈতে কথা কৈ শৰতে ফৰাচী ভাষা ভালকৈ শিকিবলৈ ধৰিলে। ইমানবোৰ টকা মূলৰুজৰ হোটেলত শৰতে খৰচ কৰি এই যি এটা তেওঁৰ লাভ হল। শৰতে ফৰাচীভাষা অতি সুন্দৰূপে ৰুব পৰা হল। আৰ্থৰ এবাৰ বজাত প্ৰায়ে ঘৰলৈ গৈছিল। কেতিয়াবা এঘৰৰ বেছি হলে তেওঁ শৰতৰ লগত পটলডাঙ্গাকৈ গৈ শৰতৰ লগতে ই থাকিছিল। | আৰু এটা কথা কৈ থওঁ। নাৰীৰ বয়স কুৰি। আমাৰ দেশত কুৰি হলেই বুঢ়ী হয় বুলি লোকে কয়। কিন্তু ফুৰোপীয় সমাজত কুৰি বছৰ পূৰ্ণযৌবনেই নয়, পূৰ্ণযৌবনত সোমোৱা যেন যে কোনো কোনো সম- যুত মনত হয়। নাৰী ফৰাচী। ফৰাচী দেখিবলৈ পুৰৰ নহলেও সুন্দৰ হব পাৰে। আৰী সুৰী আৰু গাহ। শৰহ বাণী আৰু ডেকা। শত এৰাব নোৱাৰাকৈ আৰীৰ প্ৰেৰ-চত পৰিল। বগা যুখৰ হাঁহি, বগা দুখৰ গত, বা মুখৰ চুমা শৰতৰ এিৰ খ হৈ উঠিল। এনে কি, কে বহু অলীয়া গও নজৰ যত মাৰীৰ পাত গৈ। যাৰীয়ে পৰু ভাল পাইলি নো-মাৰীয়ে ভাল পাইছিল; অৰ্থাৎ “নেটিভ” জুয়েই বিমান তাৰ পোত্ৰ উচিত সিমন ভাল পাইলি।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৫০
অৱয়ব