পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কা , ১৮৩১] ঘটনাচক্ৰ। ১১৩ খৰিবলৈ আৰম্ভ কৰিলে। সুতল বাবু তেতিয়াও বৰ্তমান। পূৰ্ব বালাত চেওঁৰ জমিদাৰী আছে; গতিকে এটাইবোৰ গুলা হল। | বাবে যদি এবাৰ মাহৰ তেজৰ সোৱাদ পায়, তাৰ পিছত যি মানুই বাঘৰ আগত পৰে তাৰ আৰু নিম্ভাৰ নাই। যি মানুহে পাচা এবাৰ খৰচ কৰিবলৈ আৰম্ভ কৰে তেওঁৰ পয়চাৰ আৰু নিস্তাৰ নাই; যিমান দিনলৈকে তেওঁৰ হাতত এটা পয়গা থাকিব সিমান দিনলৈকে তেওঁ খৰচ কৰিবলৈ নেৰে। দোকানবোৰ আকৌ শৰতৰ খাতিৰ বাঢ়িল। শতক দেখিলে মচি মুলকৰ জীয়েক মাৰীৰ আকৌশানৰ সীমা নোহাৱা হল। কাৰ্থৰ চালচ, আৰু শৰত যেতিয়া মচিও ফুলৰ তালৈ একেলগে গৈছিল তাত শৰতৰ খাতিৰ বেছি। আৰ্থৰ চালচ পটলডাললৈ যেতিয়া ঘনাই যাবলৈ ধৰিলে তেতিয়া আৰু সন্ধ্যা বেশিকা মচিও মূল হোটেললৈ শৰত আৰু আৰ্থৰৰ ঘোৱা নহৈছিল। কিন্তু ৰাতি এই বজাত আৰ্থৰ যেতিয়া ৰলৈ উভতি আহিছিল তেতিয়া দুয়ো অন্ততঃ এক ঘণ্টামান মূলক হোটেলত জিৰাইছিলেই ৰািইছিল। | আৰ্থৰ চালচৰ পচা অগাধ; তেওঁৰ লগত শৰতে কেনেকৈ মোৰ মাৰিব? কিন্তু শৰতও শুদ্ৰলোক, অৰ্থৰ চালও ভদ্ৰলোক। অৰ্থাৎ শৰতে যদি প্ৰথমে স্পাৰ্ক লিঃ মোজেল এত দাম হু কা} অৰ্ড দিয়ে, আধৰে তাৰ পাছত এবতল দিই দিব। তাৰ পাছই আগৰ বতল শেহ হৈ গলে দুহাৰ খাতিৰত শৰত আৰু এবাৰ হক দিবই। তাৰ পাছত আৰৰে আৰু এতল। এইবোৰ মন কেৱল যে আখৰ আৰু শৰতে খাইছিল এনে নহয়, মাৰীও তেওঁলোকৰ লগত বহিছিল। কেতিয়াবা মাজে মাজে যদিও আৰু মোৰ মুলাও আহি তেওঁলোকৰ লগত যোগ ফিলি। ৰি মেতে হওক, হোটেল, ৰেষ্টৰ বাৰীখানা পৰৰ ওপৰ খোৰাংশংখ্যা কৰ নহয়। এইবোৰ আহি হতে এপিশাচ ক গ ঘ নি পচাতে কিনি, সেই গিলাচ অতি লাহে লাহে পলৰ কৰি কৰি খাই, এচুকত বহি থাকে; তাৰ পাছত সিহঁতে চিনাকি মানুষ দেখিনেই খোৱা গিলাচ এফালে ৰৈ চিনাকি মানুহৰে সৈঙ্গে নানান কথা পাতিবলৈ ৰে। এইবোৰ মানুহজে গল্পী; আৰু তাৰ লগতে ধৰি সিহঁত বিলিয়াৰ্ড খেলি