১১২ [১ম বছৰ, ৪ৰ্থ সংখ্যা অৰ্থৰেও কি এই নিমিত্তেই তেওঁৰ মাতটো ডাঙৰ কৰি চৰ্পত ভাল পোৰ কথা কৈছিল? সুশীতল বাবুৰ ম আনন্দ। অফিচৰ বৰ চাহাৰৰ পৰ; বুঢ়া মৰিলে কি বিলাতলৈ গলে তেওঁৱেই বৰ চাহৰ হব; এনে হেন মানুহ তেওঁৰ ওচৰলৈ দিনে আহে। আহা কি আনন্দৰ কথা! বৈঠকখানাত মানুহ বহিব নোৱাৰা হল। একেই আগেয়েই মানুহ বহ। টান আছিল এতিয়া কোনো মানুহ আহিবলৈকে এৰি দিলে। পুৱাৰপৰা গধূলিলৈকে সেই একে কথা,-আচ্চি চাহাৰ, আৰ্থ চালচ, চাহাব; ইত্যাদি। শৰতৰ এনেয়ে “বাবুৱানি কৰা” স্বভাৱ; আৰ্থৰ চালচৰ লগত পৰি সেই স্বভাৱ তেওঁৰ আৰু বাঢ়িল। তেওঁ কামিজ, কাপোকনি, জোতা, মোগা এটাইবোৰ ইংৰাজী দোকানৰপৰা অমা হল; তাৰ লগত দুট। এটা হোটলত “ক্ৰেডিট, একাত” উঠৰাকৈ বন্ধ অনা হল। আৰ্থৰ চালচৰ টমটম আছে, শৰতকে টমটম লাগত পৰিল। বাপেকৰ আনন্দৰ সীমা নাই। সাহেবেৰ সঙ্গে সমান তালে চলতে হবে ত, আমি না পাৰি আমাৰ শৰত কেন পাবে না?” এই বুলি তেওঁ শৰকটকা দিয়াত হেলা নকৰিছিল। কলিকতাৰ ইৰাব্দী দোকানত শৰতৰ খুব প্ৰতিপত্তি হল। তেওঁ দোকানলৈ সোমালেই ২০০ টকাৰ বস্তু অদ্ভুত কিনিবই লাগিব। হোটেলবোৰত দেশী মানুহক সোব নিদিয়ে। কিন্তু শৰতে ধুতি চাদৰ পিন্ধি গৈও সোইবোৰত সোব পাৰিছিল। এনেকুৱা দুৰ্ভগীয় দেশ মাদুহু কলিকতাত খাতে মাজে ওলায় যি দুই তিনি বছৰ ধুব ধুমধাৰ কৰে, তাৰপাছত তেওঁৰ অৱনতি ঘটে। জৌ-ভে কৰেলাই যেনে বেছি পৰ নাথাকে; বৰষণ বেগাই বনাই পৰিলে যেনেকৈ সৰ সময় নেথাকে, তেনেকৈ তেনেকুৱা মা সহ দিন সুকলমে চিকিব নোৱাৰে। ইংৰৰ ইছ শৰতৰ স্বাস্থ্য ভাল আছি; সেইদেখি কলি- কতাৰ ইংৰাজী হোটেলৰ ইৰীয়ে অথবা কে তীৰে কিন্তু বুয়ে লাওপানীয়ে তেওঁৰ শৰীৰক সিমান আক্ৰমণ কৰিব পৰা নাছিল; কি শীতল বাবুৰ পৈতৃক সম্পত্তি সেইবোৰ সুন্দৰৰূপে আক্ৰমণ কৰি কাৰ্য্য হৈছিল। হোটেলত থাৰৰ, কোশালীত ৰৰ, আৰু আৰু তাৰপৰা বিল পাৰিখলৈ এৰিলে; শচিও মুলকিয়ে দিলে পটগাৰ ৰবলৈ আহি বিৰক্ত
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪৮
অৱয়ব