পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তে বাহী। [ম , ৪ৰ্থ সংখ্যা বঙ্গালা ভাষা শিক হল। আৰ্থৰ এইবোৰ নুতন লাগিল। তেওঁৰ চুলি সচৰাচৰ ইংৰ যেনে ৰা তেমে নাছিল, অলপ কলা আছিল। ইংৰাজীত তেওঁক “ডাৰ্ক" বুলি তেওঁৰ দেশ ভায়াসকলে কৈছিল। ইংলণ্ডীয়, কাপোকানি পিন্ধি ইংলঞ্জীয় কথা বাৰ্তা কৈ যিমান আনল পাইছিল, অৰ্থৰে বাণী কাপোকানি পিঙ্কি বাণীৰ ঘৰ গুৱাৰ, ধৰণ- ধাৰণ দেখি ভাতকৈ বিশ আনন্দ পাইছিল সুশীতল বাবুৱে কৃষ্ণবিলা- সিনীৰ বৰ মৰম কৰিছিল। তেওঁৰ নিজৰ ছোৱালী নাছিল দেখি কৃষ্ণ বিলাসিনীকে তেওঁ নিজৰ হেন দেখিছিল। সেইদেখি কবিলাসিনী যদিও বিধৰ। তথাপি সুশীতল বৰুৱে তেওঁক মৰম কৰি সধৱাৰ কাপোৰ পিন্ধাইছিল। কৃষ্ণবিলাসিনীয়ে মূৰত গুৰণী লৈ পৰিবেশন কৰোঁতে অৰ্থৰে কেৱল তেওঁৰ আলতা পিন্ধা ভৰি দু দেখিবলৈ পাইছিল আৰু দেখি আশ্চৰ্য হৈছিল। দুদিনমানৰ পাছত এদিন কৃষ্ণবিলাসিনীয়ে তেওঁলোকক বানোশ দিবলৈ আহোতে-পাৰ্থৰে তামোল খাবলৈ শিকিছিল —শৰতে ধেমালি কৰি কৃষ্ণবিলাসিনীৰ ওৰণীখন টানি পেলালে। সুন্দৰ মুখ! আৰ্থৰে বিলাতত বহুতো সুন্দৰী দেখিছিল কিন্তু কৃষ্ণবিলাসিনীক দেখি তেওঁৰ যেনে মনৰ ভাব হল তেনেকুৱা আগেয়ে হোৱা নাছিল। সেই পিনাৰপৰা শৰতৰ ইংৰাজী কাপোৰ পিন্ধা বাঢ়িল আৰু আৰ্থৰৰ বাণী কাপোৰ পিন্ধা বাঢ়িল। চাৰেপাচ বাজিলেই সুশীতল বাবুৰ বৰৰ আগত আৰ্থ গাড়ী। আগেয়ে শৰৎ সুশীতল বাবুক পাঁচ বজাৰ সময়ত আনিবলৈ যোৱা শাড়ীত ইংৰাজী কাপোকানি পিন্ধি অৰ্থৰৰ ওচৰলৈ গৈছিল। পাছত এদিন আধৰ কলে আজিকালি ৰৰ ৰাম শৰৎ, তোমা- লোকৰ ঘৰৰ কালত পাবী চোল আৰু ধুতি পিন্ধি তোমাৰে সৈতে কথা কোৱা ভাল নে এইখিনি সময়ত টমটমত ঘুৰি ফুৰা ভাল?” অৱশ্যে তা জানিছিল। কোন ভাৰতবৰ্ষীয়ই ভদ্ৰতা নাজানে? শৰত অৱশ্যে আগৰ প্ৰাৱত সম্মত হল। ঘামকালি কলিকতাৰ ওখ ঘৰৰ চালত পাটী পাতি নি বন্ধু বান্ধৱৰ লগত কথাবাৰ্তা কৈ বৰক পানী (কি। যি নিয়মিতৰূপে কলা কি যগা চিচাৰ ৰঙা বা পানী খায় তাৰে এটুপি এটুপি) ওচৰত লৈঘুঘু ৰীৰ নলিচাঙাল মুখত দিডাঙৰ গাৰু এটাত মূৰ দিতামোলৰ