পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাগুন, ১৮৫] ঘটনাচক্ৰ। । অৰ্থা চালটে বেকাৰ ট ক এৰি দিলে নাট এলাচ চুইটীংহামৰ সৈতেও সিন দেখা শুনা ল ল। ইংলণ্ডত থাকি নিজৰ কাকা পুৰ্ণ কৰি বিলাত এৰি পুতেকৰ সৈতে ভাৰতবৰ্ষলৈ আহিল। আৰ্থ চাৰ্লচ কলিকতালৈ আহি real native life” চাবৰ তেওঁৰ বৰ ইচ্ছ। হৈ আহিল; সেইদেখি শৰৎ পাই তেওঁৰ ৰাৰ সীমা নোম 3 ইংলণ্ডীয় আৰ্থ আৰু বালী শৰচৰ কেনেকৈ চিনাকি হল আৰু সেই চিনাকি কেনেকৈ বক্সত পৰিণত হল সেই কথা কবৰ নিমিত্তেই পাঠক দুই হাজাৰ মাইল দূৰৰ বাট মন চহৰলৈ আমি লৈ গৈছিল। শৰচৰ কাষকাজ একো নাছিল। বঙ্গাশী জৰ মানুহৰ শৰাৰ বি কাম অৰ্থাৎ খোৱা-শোৱা, ভাল কাপোৰ পিন্ধি চুলি আঁৰো, নান গোৱা ইত্যাদি) গকে তেওঁ কৰিছিল। আৰ চাচৰ তদনুৰূপ। সেইদেখি ৰূইও যিক্তি

  • 1 *Birds of a feather dock together" y 467fe atrez

ইবোৰ একে খাকতে ফুৰে। আৰ্থৰ আৰু শৰতৰ ধুব মিল হল। শৰতে কেতিয়াবা ইংৰাজী কাপোৰ পিন্ধি আৰ্থৰ লগত চৌী, এপ্লেনেডত ফুৰিছিল। প্ৰথমে দুদিন এদিন এনে হৈ পাছত প্ৰত্যেক দিন সন্ধ্যা বেলিকা শৰ শাৰু আৰ্থৰৰ দেখা যোয়। হল। প্ৰায়ে তেওঁলোকে কলিকতাৰ নন্দন কানন ইডেন গাৰ্ডেনত ফুৰিবলৈ গৈছিল। আৰ্থৰ চালচৰপৰাশৰতে বিলিয়া ফেলিবলৈ শিকিলে। বিলি- যাঙত প্ৰথমে শৰতে বহুতো টকা হাৰিছিল। তাৰ পাছত এনে এদিন আহিল যেতিয়া আৰ্থৰ চাৰ্লচে, শৰক আৰু একো “পই” দিব নোৱাৰি- ছিল। চমুকৈ কবলৈ গলে আৰ্থৰৰ লগ পাই শৰৎ একেবাৰে ইংৰাজী ধৰণৰ বশ হল। মাজেমাজে আৰ্থৰেও শৰতৰ খৰলৈ আহি ধুতি চাদৰ পিন্ধি মাটিত বহি দেশী ধৰণেৰে খোৱা হল। শৰতৰ এজনৰ সম্পৰ্কীয় ভণীয়েক সৰুতে বাৰী হৈ সুশীতল বাবুৰ খৰত আছিল। তেওঁ কেতিয়াবা কেতিয়াবা তেওঁলোকৰ কাৰৰ পৰিবেশন কৰিবলৈ আহিছিল। লাহে লাহে আৰ্থৰৰ 1