পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

$164, r ) ঘটনাচক্ৰ। তাৰপৰা কেজিলৈ যায়। কিন্তু তেওঁৰ উনৈশ বছৰৰ পাছতে আৎ তে ভাৰতবৰ্ষলৈ অহাৰ দুবছৰমান আগতে কোনো কাৰণত কেন্ধিৰ ওপৰ- ওৰালাসকলে আ-ৰি চালচ লৰ্ডইটলৰ ওপৰত অসন্ত হৈ তেওঁক কেন্ধুি এৰি যাবলৈ কলে। আৰৰ আৰু ডিগ্ৰী মোয়। নল। অঞ্জ বি- বিদ্যালয়ৰ বহুতো ৰীতি নীতি নিয়ম আছে। সেইবোৰ ভঙা দোষ কথা। সেইবোৰৰ অনেক খাব। কোনো খাপ ৰিমণা দিয়েই সৰা ৰা; কেতিয়াবা জগৰীয়া ঘামক দুই তিনি এই বিশ্ববিদ্যালয়লৈ আহি নিদিয়াকৈ ৰখা হয়। কোনো দুৰ্ভগীয়া ছাত্ৰ দুই তিনি বাৰ তেনে এগৰত পৰিলেই বিশ্ববিদ্যালয়পৰা তেওঁ পূৰ্ণ বিদায় পায়। কুৱা দোষ দুই তিনিবাৰ কৰি আৰ্থৰ চাচে কেৰিপৰা পূৰ্ণ বিদায় পালে। তেওঁ যি দোষত বিদায় পালে সেই দোষৰে ভাগ, একে কলেজকে ডেক। এজনৰো তেনে অৱস্থা হল। সেইদেখি দুয়ো লখনলৈ গৈ বেকাৰ ষ্ট্ৰীটৰ ওচৰত কেটামান খোটালি কেৰেয়া কৰি মহা সুখেৰে দিন কটাবলৈ ধৰিলে। লৰ্ডইটঅল বুঢ়াই অৱশ্যে ইয়াৰ একোকে কিছুমান দিনলৈকে ভুপোৰা নাছিল। বুঢ়াৰ বেঙ্কত অজস্ৰ টক॥ বুঢ়াৰ হুকুম, পাচ শ পাউণ্ডতকৈ পৰই যেন লক বছেৰেকত দিয়া নহয়। এই হুকুমৰ ওপৰত নিৰ্ভৰ কৰি শগুনৰ বেয়ে টকা কি আছিল। আৰ্থৰ চাৰ্লছ আৰু তেওঁৰ বন্ধুৱে মনৰ মুখত বেকাৰ স্ট্ৰীটৰ ওচৰৰ ঘৰত থাকি দিন কটাবলৈ ধৰিলে। পৃথিবীৰ ভিতৰত চাবলৈ গলে লখনেই প্ৰধান চহৰ। পাৰিচ, ভিয়েনা, বালিন, নিউইয়ৰ্ক, এইবোৰ ডাঙৰ চহৰ সচ; কিন্তু অনেক কাৰণত গুনক প্ৰধান ঠাই দিয়া হয়। লনও ভাল মানু, বেয়া মানুহ, বিনি, জ্ঞান, মূৰ্থ, সৎ, অসৎ, ধনী, নিথনীসকলো ৰকমৰ মানুহ প্ৰচুৰ। লণ্ডন ভাল হবৰ বাট যেনে প্ৰশস্ত বেয়া হবৰ বাটো তেনে প্ৰশস্ত। আৰ চাচ আৰু তেওঁৰ বন্ধু কেজিত থাকোতে তেওঁলোকে পৃথিবীৰ সোৱাদ বম্ববোৰ সুকাই চাকি- ছিল, কিন্তু লণ্ডনত সেই লুকপুকৰ দৰকাৰ নাছিল। এম্পায়া, এল হান্থ, কি প্যাভিলিয়নত প্ৰত্যেক ৰাতি তেওঁলোক সোমাবই লাগিব; তাৰ পাছত নিমিত, কেতিয়াবা কেতিয়াবা চেয়ই। আৰু প্ৰায়ে লেষ্টাৰ স্কোয়ায়াৰৰ ওচৰৰ হোটেলবোৰ তেকে ৰাতিৰ শেহ খোয়া নাখানেই নহয়।