পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাগুণ, ১৮৩১) ঘটনাচক্ৰ। ১৫ তেওঁ এনেকৈ প্ৰায়ে কথা কয় “বুঝলে গো! কি বুঝেলেন ধুখে যায়! সাহেব বুল্লে বাবু টিভৰা অত পান খায় কেন? ওদেব কি অ খাবাৰ জোটে মা?” ইত্যাদি ইত্যাদি। আৰু এদিন হয়তো "শুনছ হবেণ বধু! সাহেবকে দুটো চেতল মাছ দিতে হবে, কি কৰে দি বল দেখিন?" অথবা "আজ সাহেবেৰ বড় বা; বহন সৰকাৰেৰ পপ বসময় ৰেজি পিলে দেৰী কৰে আসে, আজ সাহেব ৰেগে লাল।" এনে কত কথা শুনিব;-তেওঁৰ বৈঠকখান বহিলেই হয়। শীতল বাবু মানুহ ভাল। সকল মানুহ। লইট অল যেতিয়া চতুৰ্থ বাৰ বিলাতলৈ যায় তাৰপৰ লগত তেওঁৰ গুৰটো লৰা আৰ্থক চালাচ, লৰ্ড ইট- অলক লৈ আহে। বুঢ়া লৰ্ডইট অব ইচ্ছা, পুতেকৰু দুবছৰ মান কাম-কাজ শিকাই নিজে কামৰপৰা অৱসৰ লৈ ইংলণ্ডৰ চোটন কি বাথলৈ গৈ জীৱনৰ শেষ কেইটা দিন তাত কটাস। মিষ্টৰ আৰ্থৰ চাচ, লৰ্ডইট,অলৰ বয়। একৈ পাৰ হৈ বাশত সোমাইছে। আমাৰ বন্ধু এবং বাপেকৰ লগত লৰ্ডইটঅল কোম্পানীৰ অফিচলৈ আহিছিল। সেইখিনি সময়ত আৰ্থৰ চাল ও অচিতে আলি। সুশীতল বাৰুৰে পুতেকক আৰ্থৰ চাল- চক দেখুৱাই কলে ‘শৰতা, বড় সাহেবেৰ ছেলে, সেলাম কৰু;" আৰু অৰ্থৰ চাচক কলে “মাই চান স্যাৰ, অলি চান, টুৱেটিওয়ান ইয়েচ এইজ। শৰৎচন্দ্ৰই বাপেকৰ কথা শুনি, চাদনি যাৰ মোজ। কিনিবলৈ গলে যেনে- কুৱা হাত কৰিবলৈ কৈ দোকানদৰে মোজ মোখ লয় তেনেকুৱা হাত কৰি অলপ মূৰ তললৈ কৰি ছেলাম কৰিলে। আৰ্থৰ চালচ নতুন বিলাতৰ পৰা অহা লৰ, গতিকে, তেওঁ নিজৰ সে তখন বঢ়াই কিলে; শৰৎচত্ৰও হাত ৰাই দি “হাগু ছেক" কৰিলে। মুখ হল মহা আনন্দ। সেই দিন। তেওঁ ঘৰলৈ আহি গুনছেন বোজ মশায়, আজ আমাদেৰ বড় সাহেবেৰ গেলে তাৰ সঙ্গে আছে কতে-তাৰ পৰ-ইত্যাদি ইত্যাদি। আখৰ চালচে শৰতক নিল খোটালিলৈ মাতি নি বহুৱালে। তেওঁৰ বেছি কাম নাই;-আফিচলৈ আহি বিলাতী কাগজ পঢ়া, আমি ভোলা চেলেউ ঠোঙা, টিফিন খোৱা, আকৌ দুই বৰপৰা গাঁচ বজালৈকে সেই ঠিক তাকে কৰি গছু বিস্কুট খাই ইডেন গাৰ্ডেনৰ খচৰত ৰাখি বেও তনি