104, 8501 ঘটল। আশা কৰে আমাৰ এইবোৰ কথাত নোলোঙা লেখকে বিবশ পাব। কে উপলক্ষ্য মাথোম কৰি, আজিকালি গা চিলাই দি লেখা ন লেখাসকলক এইবোৰ কথা আমি বাধ্য হৈ কৈছে। ভাষাৰ উন্নতি সাহিত্যৰ উন্নতি কৰি লৈ হলে পশুদ্ধি আৰু ব্যাকৰণৰ ফালে চকু দিবই লাগিব। ঢিলা সোলোক কৈ লেখিবলৈ যোৱাটো দোষ আমাৰ ৰ লেখাৰুসকলে এৰিবই লাগিব; এই কথা আমি বাৰে বাৰে কম; সেইবাবে তেওঁলোকে আমাৰ এতি হতে আমি নিৰুপায়। মাৰ কথাৰ এৰাণ পে জোলোঙা” কিতাপৰ ফৰেৰেপৰা তুলি দেখুৱাওঁ-কইছিল, হইছিল, হইছে, উপৰত, কাকুতি, গাথৈ সৈতে, কি কণে, তোপনি, কপেই, কোনোৰুপে, ৰঙে কুলা পাছি নধৰা হল, খিয়া, যিলাল, আক তাক লোধি, আশা কৰি খাব লই থাকিলে, এ কম্প, পতিপাল দিছে, বলিয়ামি, পুণ্য, তোহোতেও, উলোটাই, তিনোটা, চং দিবলৈ নেপাই পিই চাকৈ আজি, কেহানিও, মুথাল,গৰম ভাত, হঁতশিৰিলৈ, আগুচি, গৰুয়ে, চাৰৰ ফালে, সি জীয়াই থাকে, ইত্যাদি। এইবোৰ শুৰ নে? শুধকৈ লিখাটো এটা দায়িত্বৰ ভিতৰৰ কাম নহয় নে। ঘটনাচক্ৰ। শৰৎচন্দ্ৰ বন্দ্যোপাধ্যায় কলিকতাৰ লৰা। কলিকতাৰ লৰাৰ কাপোৰ কনিৰ এক ৰকম গঢ় আছে যি পছু আন ঠাইৰ লৰাৰ নাই। শৰৎচৰ মুৰত সুগন্ধি তেল; চুলি বেছ ধন; সেওঁতা মাগত ফুল; চুলি সিমান দীঘলো নহয় ছুটীও নহয়; কিন্তু সেওঁতা একেবাৰেই মাজ ৰতে ফাটি মূৰৰ পাচ ফাললৈকে গৈছে। কপালত কেইডালমান কেকোৰা চুলি পৰিছেহি। তেওঁৰ গাত ফিৰিীয় কাপোৰৰ পঞ্জাবী চোলা; তাৰ তলত ৰঙা বেনিয়ান। শৰৎচ এটা বেছ বাবুনি তাৰ আছিল। তেওঁ যি বৰশী বেনিয়ান পিন্ধিছিল গাৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৩৯
অৱয়ব