এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
এক বছৰ। ফী, ১৮১৩ কি। (চতুৰ্থ সংখ্যা। অনন্ত আকাশে বহি কোন তোমালোক। কি কাৰণে ধ্যানমগ্ন, কি দুখ শোক? কি কামে নিবিষ্টচিত্ত, কি ভাবে ভোৰ। সামান্য মনুষ্য মই নাই পোৱা ও। পাপ তাপ দুখ-ক্লেশ দেখি পৃথিবী, হৃদয় ব্যথিত জানো, পৰে আখি নী? শঠতা বিদ্বেষ হিংসা-বিষে জৰ্জৰিত আমাৰ অন্তৰ দেখি বিৰিছে চিত? টিপ টি। চকুলে নিয়ৰৰ কণা পেলোৱা শোকত কিবা? একো নাই না। অথবা আকাশী ফুল স্বৰ্গ উপবনে ফুলি আছ শুকাই সদানন্দ মনে, সুবিমল শুভ্ৰ জ্যোৎজা সৌৰভ বিলাই, বৰগৰ প্ৰেম-হাঁহি শোক তাপ নাই? নতুবা, অপূৰ্ব মণি মুকুতা উজ্জ্বল, বিশ্বপতি বিশ্ব-গহে কৰে জুলমল? অথবা, অযুত কোটা চকু বিধাতাৰ চতুৰ্দিশ অধঃ উৰ্দ্ধ ব্যাপ্ত চৰাচৰ। পাপ পুণ্য সুকৃতি প্ৰতি নিৰন্তু দেখি বিধানিছে বঁটা, ও ঘোৰতৰ? নানো একোকেই নিকিল মানৱ। প্ৰান দি} অধমক দেৰ আদিয়ে। মীনাথ বেজবৰুৱা। ১৩