পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাহী। (১ম খ, ৩ নং | নাকে তেজ এলোৱা-বন্ধ ফৰিলৈ হলে, দাত পাৰি খৰকৈ ঘূৰাই পাই কোনো ৰোতে যেনে কৰা হয় তেনে কৰিব লাগে। সৰু লৰা ছোৱালীৰ কেজি তেল ওলালে তাক লৰালৰিকৈ এডোখৰ কাগজৰ ৰাষ। এডাল বিকা, এটা সৰু কাঠ-হলি চোৰালৈ দিব লাগে। এই উপায়টো নিচেই সাধাৰণ বুলি তাক উললুঙা কৰি উৰাই নিৰি অৱলখন কৰোতাসকলে সাধাৰণ পাব। আচৰিত ঘটনাগুৱাৰিনট { Warminster) নামৰ ঠাইৰ ক্তৰ জন হ, এৰ, আৰ, চি, চ, (Dr John Hoar M. R. c. S. } মামে ভক্ত এনে বিগতৰ “লেচেট” { Lancet) কাকতত এই ঘট- নাটো লেখিছে- চমচেচিয়েৰৰ বাৰে ৰে ঠাইত হিগি, ( Mr. Higgins ) মাৰে খেতিয়ক এন একাদিক্ৰমে তিনিজনী ছোৱালী হোৱা দেখি তৃতীয় বাৰত হিগিনচে খং উঠি শপত খাই তেওঁৰ ঘৈণীয়েকক কলে ৰে আকৌ যদি তেওঁৰ লৰা মহৈ ছোৱালীতে ওপৰে তেন্তে তেওঁ সেই ছোৱালীক কেতিয়াও মুখেৰে নামাতে। ঘৈণীয়েকৰ চতুৰ্থবাৰ অশৌচ লাগিবৰ সময়ত তেওঁ ঘৈন্ট- য়েকৰ আগত সেই কথা সেইদৰে আকৌ দঢ়াই কৈছিল। ঈশ্বৰৰ ইচ্ছত এইবাৰ তেওঁৰ ঘৈণীয়েকে লৰা এটি পালে আৰু গিৰিক ধৈয়েকৰ আন- শৰ পাৰ নাইকিয়া হল। ইয়াৰ পিছত সেই শৰাৰ খেতিয়া মাত স্কুটিল, সকলোৱে দেখি চাৰি হল যে সেই মই তাৰ মাক বাসে বা আন তিকতা মানুহৰ সৈতে কথা কয়, কি বাপেকক সমূলী একোৰকে নামাতে। লৰা ডাঙৰ দীঘল হল কি বাপেকে অনেক চেষ্টা কৰিও সেই লক তেওঁৰ সৈতে বা আন কোনো মানুহৰ সৈতে একেবাৰকে কথা পতাৰ লোৱাৰিলে; অথচ সি তাৰ মাক বায়েক আৰু আন হিমাহৰ সৈতে খুব কথা কয়। শখ্ৰিবীয়া হল, বিবিৰ বাপেকে জিও ৰ বুৰপৰা একেৰাৰ খাত উলিয়াব নোৱাৰিলে। বেজাৰত বাপেক খ্ৰিমান। আলি শাহমান হৈছে বাপেকৰ মৃত্যু ল। কিন্তু আশ্চৰ্য্যৰ বিষয় সেই চিনাৰপৰা সেই ডেকাৰাৰ মুখৰপৰা মত তিতা দুইবিধ মানুহৰ নিষিতে সমানে সৰু-সৰ-কৰে মাত ওলাবলৈ ধৰিছে। আৰ শেখিবে সেই ডেকালৰাৰ আৰু আৰু বায়েকতে তেওঁৰ এই কৰি দিবলৈ সাকু আছে।