লক্ষ্মীনাথহঁতৰ ঘৰৰ ওচৰত প্ৰতিমা-খনিকৰ দুর্গেশ্বৰ শৰ্মা আছিল। তেও খনিকৰী কাম চাই চাই সুতুলি সাজিবলৈ শিকিছিল। তাৰ সুৰে লক্ষ্মীনাথৰ প্ৰাণত আনন্দৰ সঞ্চাৰ কৰিছিল। এদিন বেজবৰুৱাই প্রস্তারিত আলােচনীখনৰ নাম ‘বাহী’ ৰাখিলে কেনে হয় বােলাত যতীন্দ্রনাথ দুৱৰাই বৰ ভাল হ'ব বুলি শলাগিলে। লক্ষ্মীনাথৰ হাওড়া ঘৰৰ ওচৰতে ‘সলকিয়া প্রিটি স্বকৰ্চ' নামৰ এটা দুপাখানা আছিল। এই ছাপাখানাৰ পৰা ১৮৩১ শকৰ আঘােণ মাহত নহি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে" গীতাৰ বাণী শিৰত লৈ লক্ষ্মীনাথ বেজবৰাৰ সম্পাদনাত ৩২পিঠীয়া বাঁহী’ মাহেকীয়া কাকতৰ প্ৰথম বছৰ, প্রথম সংখ্যা ওলায়। প্রকাশক আছিল হৰিনাথ বেজবৰুৱা, আসাম বেঙ্গল ষ্টোর্চ, ২ নং লালবাজাৰ ষ্ট্রীট, কলিকতা। বেচ বছৰি এটকা আঠ অনা। নৱম বছৰলৈকে বাহী’ ডিমাই আকাৰৰ (১৪ চেঃ মিঃ x২২ চেঃ মিঃ) আছিল। প্ৰথম বছৰ, প্রথম সংখ্যা বই’ৰ প্রথম পিঠিত এগৰাকী মহিলাই গছৰ তলত বাঁহী বজোৱা এখন ছবিৰ তলতে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বাহ' নামৰ কবিতাটো আৰম্ভ হৈছে- ত্রিভুৱন মাজে যত কস্তু মধুময় সিসৱৰ সাৰভাগ কৰি একে ঠাই পূবালি উদৰ বােৰ হে বাহী অমিয়া। ধৰা মধুময় হক, ৰােক অমৃত উটি যাওক সি সোঁতত মােৰ কাঠ চিত। এই সংখ্যাৰ অন্যান্য সম্ভাৰ হ’ল- জগৰা মণ্ডলৰ প্ৰেমাভিনয়, ৰেডিয়ম, আনন্দৰাম বৰুৱাৰ জীৱন চৰিত কৃপাবৰ, অসমীয়া ভাষাৰ সম্পর্কে আষাচেৰেক কথা আৰু কৃপাবৰৰ কবিতা- দিনৰ সপােন, চন্দ্র, কুলি, ধোঁৱ- খােৱা, কলা-বগা, আমাৰ জম্মভূমি আৰু ছয় ঋতু ডাক। বাহী সময়ত ৰেডিয়ম আৱিষ্কাৰৰ চাৰি কি পাঁচ বছৰ হৈছিল মাত্র। তেনে বিষয়ৰ এটা প্রবন্ধ অন্তর্ভুক্তিয়ে বেজবৰুৱাৰ আধুনিক মনৰ পৰিচায়ক। প্রসঙ্গক্রমে উল্লেখ কৰিব পাৰি যে বেজবাই ১৮৯৫ চনত অসমীয়া ভাষা উন্নতি-সাধিনী সভাৰ বাটা অধিৱেশনত অসমীয়া ভাষা শীর্ষক এটা সুদীর্ঘ বক্তৃতা দিছিল। বাটা অধিবেশনত বক্তৃতা শেষ নহ'ল। যি অবশিষ্ট থাকিল তাৰ দুটা বক্তৃতা মথুৰামােহন বা সম্পাদিত ‘আসাম-বন্তি' আৰু তেওঁৰে সম্পাদিত ‘এড়ভকেট অর আলামত প্রকাশিত হয়। একইটা বক্তৃতাত যিখিনি এই পৰি গৈছিল তাকে আকৌ পিছত সময়ােপযােগী কৰি বহীৰ প্ৰথম বছৰ, প্রথম সংখ্যা আবিতীয় সংখ্যাত ‘থাপি সফি’ থোৱা হয়। নাম নিয়ে অসমীয়া
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৩
অৱয়ব