পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{১ ব, এৰ সংখ্যা তাৰপৰা এজোপা গছ হল। সেই পছজোপাৰ চাৰিটা প্ৰকাও ভাল হৈ পূব পটিম উষৰ দক্ষিণ চাৰি দিশে চাটি। গল। উত্তৰ ফালে বাড়ি যোৱ। ভাগটো ভাৰত মৰিল, দক্ষিণ ফালৰটো জুৰে পুৰিলে, পশ্চিমৰটো ওপৰত কোৱা টলৰ যি বাকী পানী আছিল সেই পানীত মৰিল; মাথোন পূবৰ ভাল টোহে জীয়াই ৰল। সেই ডালটো পাত পোব বেশি তেজলি হৈ উঠিল, আৰু কালক্ৰমত তাত এটা জাতিলাও লাগিল। সেই শাওটোৰ ভিতৰত মানুহ পং পক্ষীকীট পতং যা মগৰ গছলতা আদি উৎপন হল। সেই জীৱন্তু বোৰে তাৰপৰা ওলাবলৈ বৰ চেষ্টা কৰিবলৈ ধৰিলে। কিন্তু সিহঁতে সেইটো ফালি কোনোমতে ওলাই আহিব নোৱাৰিলে; গতিকে সিহঁতে চিয়ৰি কান্দি কোঢ়াল লগাবলৈ ধৰিলে। সেই কালোন স্বগৰ লেংডন অৰ্থাৎ ইৰ কাণত পৰিলত ইলুই কি হৈছে বাতৰি লৈ যাবলৈ পায়ৈ নামেৰে এক পৃথিবীলৈ পঠিয়াই দিলে। পাখৈয়ে তাৰ ভু লৈ সকলো বা লেংডন ফলত লেংডনে সেই লাওটো ফালি দিবলৈ বৰপুতেক আইফালানক পঠিয়াই দিতে। আই- ফালানে পৃথিবীলৈ নামি আহি লাওটোৰ বিভোৰত মানুহবোৰ আছিল সেই ডোখৰতে ঝাড় মাৰি ফালি দিব খোজোতেই মাযোৰে তেওঁক সেইখিনিত নামাৰিবলৈ কাকুতি কৰি কলে যে তেনেহলে সিহঁত এটাইবোৰ কঁাড় খোত মৰিব। যদি সিহঁতক তেওঁ মাৰি ৰাখি তাৰপৰা উলিয়াই দিয়ে তেন্তে সিহঁতে পৃথিবীত বসতি কৰি খেতি-বাতি কৰি থাকিব। সেই কথা ওনি আইফালনে যত গৰু মইবোৰ আছিল ভাত কঁ মাৰিব খোজোতেই গৰু মহেও তেওঁক কাকুতি কৰি কলে যে “আমাক মাৰি, আমি নইলে মানুহে খেতি কৰিব কিহেৰে?" এইদৰে লাওটো যি ফালেই তেওঁ ফালি দিব খোজে সেই ফালৰপৰাই তেওঁ প্ৰতিবন্ধক পাবলৈ ধৰিলে। পাওলিপলিং নামে সেই বুঢ়া আঙ্গুন লাওটোৰ মূৰৰ ফুলটো মিঠাইত থাকে সেই ডোখৰত আহিল। তেওঁ দেখিলে যে মহা বিপন, শাওটোৰ ভিতৰত থকা প্ৰাণীবোৰ বৰ নকৰাকৈ কোন কালৰপৰা লাটো কালিৰে উপায় নাই। সেইদেখি তেওঁ পৰৰ উপকাৰৰ নিমিতে নি এ দান কৰিবলৈ আগ বাঢ়ি তেওঁ একা কালে লাওটো ফালি লেংডনৰ পুতেকক ফলে। এতে লিপলিঙে তাৰ ভূগেয়ে নাও ভিতৰত ৰা মানুহক সৈ কঢ়াই লৈছিল