ar বাহী। ( খ, ৪ সংখ্যা এতি বিদ্যোলয় হীৰ মা} বণি বা মাঙ অন্ধ আকাশত সে িকেতিয়াবা নিশাৰ কালত আৰু এটি ৰাহী বায়ে মোৰ হয়। কিবা এটি ঘৰ হেপাহ প্ৰচাৰ, চিন্তাই ৰোৱা প্ৰাণ বাহীৰ শতায়, সংসাৰৰ ভাববে গিয়ে তাই, তাহানিৰ কিবা কথা নষ্ঠ পেলায়। এতিয়াও কেতিয়াবা লতিলে জৰি, নিম মিয়া ৰাহী সকলো পাহৰি, অনাবা গুনা বাহী পূৰ্ব সুৰ ধৰি, বালিকা বাজিবা তুমি কৃষ্ণ নাম অৰি। দুৰ্গেশ্বৰ শৰ্মা। জগৎ সৃষ্টিৰ বিষয়ে আহোম শাস্ত্ৰৰ মত। আদিতে দেৱা মানুহ বা আন কোনো প্ৰাণী নাছিত, পৃথিবী নাহিল, বায়ু নাছিল, সুৰ্য নাছিল, চন্দ্ৰ নাছিল, ৰা নাছিল; মাথোম আছিল পানী। এমন সৰ্বশক্তিমান প্ৰধান নিৰা পুৰুৰ আছিল তেওঁৰ নাম ফা, যাৰপৰা মহান জ্যেতি প্ৰাণিত হল। অৰীৰী ফা বৌ-বিছৰিত এবাৰ মৌ ওলমি একাদি আকাশত ওলমি আহিল। ফাই প্ৰথমতে আকুতি গ্ৰহণ কৰি, নিজৰ শৰীৰৰপৰা খুন-আই-খাম নামেৰে এটা জীৱ সৃষ্টি কৰিলে। সেই জীৱটো এটা ভাঙকেকোৰাৰ নিচিনা ছিল। সেই কেকোৰাটো ওপৰৰ ফালে [ কৈ পানীত ওপঙি ৰল। তাৰ পিছত এটা কছ, আঠোটা ফণাৰে সৈতে এটা ভাঙৰ সাপ, আৰু দীঘল তেৰে সৈতে এটা ডাঙৰ শুকুলা হাতী এন কৰা হল। উক্তৰ কাপে এটা পৰ্বত, আৰু সেই পৰ্বতটোৰ ওপৰত এটা
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২৬
অৱয়ব