সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাঘ, ১৮৩১) বাহী। চৰ কিৰণ ৰান্ধনী-বেলিৰ ৰালি জোতি কাছে অপপ শোভা। নেওচি ইত্ৰধনু, সাজে নিও , গগন মননোঙ্গ। পৰি বিতোপন জল হলে যেন হীৰা। চন্দ্ৰ ও স্বত পানীৰ তলঞ্চ নাচে মুখ ঘঁহি-ভ। বিহু ঘৰিয়াল কৰিছে আস্ফাল, লৰে তৰী যেন হাহ। উথলিছোউ, পক্ষী কাঢ়ে ৰাও, দ্বতল বঃ বই। মহা মনোহৰ খৰে নগৰৰ নোঙ্গ তিনি মন্দাকিনী। অপৰূপ গতি, বিচিত্ৰ প্ৰকৃতি, ভাবুক মনমোহিনী। জনাৰ বেৰবৰুৱা। স্বাহী পিহিল বশবন তোমাৰ মুৰত, গোপলে বালে ৰাহী সন্ধিয়া কাল, ঘৰ এৰি ৰাধিকাই বহীৰ মাহত, অপিছিল প্ৰাণ মম কত পাত। সেই ৰাহ পৃখিবীত আজিও বাজিছে, বসত বৃনে আখিও শোভিছে, ভক্তিৰ চকুৰে চালে কৃষ্ণয়ে নাচিছে- ৰাধিকাও ধাহী ওনি প্ৰেমত মৰিছে।