এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুলৰ মালা। মই--গোটেই পুৱাটো বহি বহি এই চেনেহৰ মালা গাথিছে। মই-পিন্ধাই দিম বুলি তোমাৰ ডিঙিত মালাখাৰি মোৰ গাথিছে॥ ই -সমস্ত পুৱাটো একো কৰা নাই একে মনে চিতে আছে। কেৱল -বকুল তলত বহি অকলই মাৰি মোৰ গাথিছে। তেতিয়া-পাইছিল সেই গছৰ ডালত সুললিত সুৰে কুলি। তেতিয়া-কপিছিল সেই গছৰ ভাগটো পুৱা-বতাহত হালি। তেতিয়া-পুৱাৰ হাঁহিটো পৰিছিল আহি হাঁহিত ফুলনিত। মই-বহি অকলই চেনেই-সূতাৰে গাখো মালা সুবলিত। সখি-খালি বকুলেৰে গথা নাই মই মালাখাৰি মৰমৰ। আছে-মিলনৰ তাত পৰিত্ৰ চানেকি, তপ্ত অশ্ৰু বিচ্ছেদ। আছে—সিসবৰ সৈতে মোৰ যত প্ৰেম অন্তৰত মই সাচিছে॥ লোৱা-ডিঙিত তোমাৰ ফুল মালাধাৰ তোমাৰ কাৰণে পাখিছে॥ বাজেন” ব্ৰহ্মপুত্ৰ। কেনে বিতোপন গত মোহন শোভা বৰ ৰে। ইপাৰ সিপাৰ জুলি যাৰ বিপৰীত বেগে লৰে। ডকা চাকনৈয়া চমক লাইন। গকি পানী খে জল পৰী মুন। মনে গান উছে গেছেন