সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ বাহী। [১সবে, এখ | গানৰিণাৰ য়, যে যেতিয়াই সিতে কোনো এটা ফাই পায়, শৰি মাকৰ আগত কয়গৈ। কিন্তু কেননা এটা বিষয়ত ৰ পালে সেইটো সিহঁতে সেইদৰে লৰি আহি মাকক কা। সেইদেখি সেই সুখ দুখৰ সময়ত সিহঁতৰ প্ৰতি মাকে সহানুভূতি দেখুৱাব লাগিব। তেনেহলে মাকৰ 'প্ৰতি সপ্তানৰ ডাঠ বিশ্বাস হব; তেনেহলেহে সিহঁতে বুজি যে সিহঁতৰ প্ৰতিও সহানুভূতি প্ৰকাশ কৰিবৰ মানুহ আছে। আৰু এটা কথা, মাকে এইবিলাক কাম কৰিছে বুলি বাপেকে যে একোলৈকে চকু নিকি থাকিব এনে নহয়। ঘৈয়েকে কেনেকৈ লৰাইতক শিক্ষা দিছে, তুলিছে ভাশিছে সেইবোৰ তেওঁ দেখিব লাগিব। ঘৰৰ গৰকিনে প্ৰায়েই অৰ্থ:চিত বাহিৰত ঘূৰি ফুৰে; তেওঁৰ যা কথা ভাবিবৰ আহৰি নাথাকে। কিন্তু সেইবুলি তেওঁ হাত-পাবটি বহি থকা উচিত নয়। তাৰ ভিতৰতে তেওঁ তেওঁৰ সময় উলিয়াই লৈ যাতে লৰা ছোৱালীৰ ভাল শিক্ষা আৰু অভাৱ চৰিত্ৰৰ ভাল গঠন হয় সেই বোৰলৈ মন দিব লাগিব। পুৱা বা গধূলি যেতিয়াই তেওঁ আহৰি পায়, তেতিয়াই তেওঁৰ লৰা ছোৱালী আৰু সহধৰ্মিণীৰে সৈতে গোটখাই ঈশ্বৰৰ উপাসনা কৰা উচিত; তাৰ পিছত তেওঁলোকৰ মাজত সন্তু কথা আল কৰা উচিত। মাতকৈ বাপেকে এই কামৰ ভাৰ ললে শৰা ছোৱালীবিলাকৰ মনত সেইবোৰ কৈ বহিব। সকলোৱে ঈশ্বৰৰ উপাসনা নিজৰ জীৱনৰ ভেটি কৰি ৰখা উচিত। তেনেহলে তেওঁলোকৰ লৰা ছোৱালীবিলাকৰ মনতো সৰুৰেশৰ সেইটো স্বাভাবিক হৈ পৰে। এই প্ৰণালীত চলিলে গৃহৰ ঘৰত সৰী শ্ৰীয়ে বাস নয়। এৰী ৰেী। কুলি। কুলি, নকৈ আহিলি পাখি। ম এটি আৰ হিয়াত তুলিলি, বিশটি গুন বাড়ি।