মা, ১৮৩১] | সস্থানৰ শিক্ষা। ১৭ চেষ্টা কৰিব লাগে। শিশু হৃদয় অতি কোমল, সেইনিমিত্তে সি কোম। ভাবটো অতি সহজে বোধগমা কৰিব পাৰে। অনেক সময়ত আৰু বাপেকে ভাবে যে সন্তানে”ালি কৰি তেওঁবিলাকৰ কথাৰ বাধ্য হৈছে; কি বাত- বিক পাত সকলো সময়ত সেইটো ঠিক নয়। কিয়নো, শিশুৰ অৰণশক্তি অতি অলপমান; সি সহজেই ভাল কথা বা উপদেশ পাহৰি যায়। তেনে মূলত সন্তানক নেমাৰি ধৰং প্ৰতি দিন তাক নানা ৰকমৰ শৰ আৰু কথা ৫লেৰে উপদেশ দিব লাগে। দিনৌ এই দৰে সিহতে তা উপদেশ কথা শুনি সিহঁতৰ মনত সেইবোৰ শিলৰ মোৰ নিচিনাকৈ আহি খাব। সন্তানক মাক বাপেকৰপৰা দূৰে মূৰে বাৰিলে। বাপেকৰ ওপৰ তা শখ আৰু ভক্তি কমি যায়; আৰু সি বাপেক মাক বৰ ওচৰৰ আৰু নিৰ ফল বুলি নাস্থাবে, আৰু শেহত সন্তান আৰু আৰু বাগে জিত স্নেহ মমতাৰ ভাব কমি গৈ কি যেন এটা দূৰণি দূৰণি ভাৰ আহি পৰে। যাকে লবিলাকৰ প্ৰত্যেক কথাতে দোষ ধৰা উচিত নহয়। বাপেক নাক দুইৰে ভিতৰত আৰু অধিক সময় সন্তানবিলাকৰ পথ- ধান কৰিব লগীয়া হয়। মাকে খালি মাক হৈ বহি থাকিলে নহয়। শাক কেতিয়াবা সিহঁতৰ ধেমালিৰ লগৰীয়া হব লাগিব, কেতিয়াবা মাকৰ মৰম দেখুৱাব লাগিব, কেতিয়াবা সিহতৰ শিক্ষক হব লাগিব, আৰু কেতিয়াবা হয়তো সিহঁতকৈও সটা হয় লাগিব। মাকৰ হাতত দিনেতিয়েই কাৰ। এটাইবোৰ মাকৰ বোকৰে। কামৰ ওৰ নপৰে। ৰেদিনটোৰ পিত হৰতো ৰাতি -এঘাৰ বৰ সময়ত কামৰ ওৰ পৰিল। কিন্তু বাস্তবিক পক্ষত তেতিয়াও মাকৰ কামৰ শেষ নহল। কেচুৱা লৰাক হয়তো গাখীৰ খুৱাব লাগিব, নাইবা কাৰে নৰীয়া হৈছে তাৰ সেৱা কৰিব লাগিব। ঈশ্বৰে মাকক এইদৰেই পঢ়িছে। সেইবাবে এটাইবোৰ মাকে এইবিলাক কাম তেঁওবিলাকৰ কৰ্তব্য বুলি তাৰে। কিন্তু এইবিলাক গৃহকাৰ্যৰ ভিতৰতে মাকে লণা হোৱালী, বিলাকক নিৰ্দিষ্ট সময় নিয়মিতৰূপে তাল শিক্ষা জিয়া উচিত। নাকে কলে নচলিব যে তেঁওৰ আহৰি নাই। তেওঁ ঘৰুৱা নানা কাৰৰ ভিতৰতে এই বিশেষ কামৰ নিমিতে সময় উলিয়াই লাগিব।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২১
অৱয়ব