পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [১ম বছৰ এ সং তাৰ আশা-বল। আতুৰ চকুল, শোকাৱঁৰ মধুৰ সাম; প্ৰভু আদেশ বাণী, ভৃত্যৰ প্ৰাৰ্থনা খিনি, ৰাৰ অনুষ্মা আজ্ঞা ৰাশি; ঘন-সংসাৰৰ নানা গতি চিন্তা বিবেচনা চিঠিৰূপে কি টোপোলাবাসী? নহয় টোপোলা সেয়া, সংসাৰৰ সৰু কায়া, পৃথিবীৰ ক্ষুদ্ৰ তাৰণ। কোৱা কোৱা কাই, হয় নে নহয় যায় টোপোলা ৰূপেৰে নিৰঞ্জন? ঐকৃপাবৰ। সন্তানৰ শিক্ষা। সন্তান এই পৃথিবীত ভূমিষ্ঠ হৰৰপৰা সি তাৰ মাকক চিনে; আৰু প্ৰায় পাঁচ ছ মাহমানৰপৰা তাৰ বাপেকক চিনিবলৈ আৰম্ভ কৰে। গতিকে শিশুৱে শৈশৱ কালৰপৰা তাৰ বাপেক মাকৰ গঢ়-গতিৰ অনুকৰণ কৰি থাকে। এইটোৱেই পাবিক। এইবাবে ভাল বাপেক মাকৰ সন্তান ভালেই হৈ থাকে। কেতিয়াবায়ে কোনো বিশেষ কাৰণত তাৰ ব্যতিক্ৰম ঘটে। মানুহে সেইদেখিহে সন্তানৰ পাত বোৰ গুণ দেখিলে কয় যে যেনে যাপেক তেনে লৰা আৰু যেনে মাক তেন জীয়েক। সন্তানৰ দোষ গুণৰপৰা বাপেক মাকৰ ওপৰত বিচাৰ কৰা অভ্যাস এই পৃথিবীত চিৰকাল চলি বাপেক মাকে খতি সন্তানহঁতৰ ভাল কামনা কৰে লোকে শৈশৱৰপৰা সিহতক নিৰ লগে লগে বখাটো উচিত। শিল্পে কোনো অন্যায় কাৰ্য্য কৰিলে প্ৰথমতে তাৰ ওপৰত কঠোৰ শাসন কৰিব; সাধ্যমতে ভাৰু নানা উপায়েৰে তাৰ কাৰ্যটো অল্প হৈছে বুলি বুই দিঘৰ