পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

না, ১৮৩১] ভাকৰ টেপোলা। ওলাব; সেইদেখি কাকত উলিয়াবই লাগিব, নতুবা আমি মশাকি বেজাৰ পাম।" বৰবৰুৱা। বুজিছেনে দেওহে, আপোনাসকল বৰ গৰুজন মানুহ; আপোনা সকলে নিজৰ সুবিধাটোহে বুজে, লোকৰ "ডিফিকাসটিটো" জে। উলিয়াব লাগে যদি উলিয়াম, ষি কানো বি পাৰে। তাকে ভাত লেখিৰ। অৱশ্যে ভাল বেয়া বৰ ভাৰ আপোন সকল পাত। এই বুলি প্ৰযুত ক, ৬ আৰু নক গুচ্ছাই” কৰি উল্লিখিত “মেয়াচনেষ্ট অৰ্থাৎ খুৰীৰ যাহ নামে মাহিলি কাকত উলিয়ালো। সেই যে ডিৰ কেইটা দেখিছা, সেই কেইটা ফুটি মোৰা-পোৱালি অগিলেই মোৰ খৰচ বাঢ়িব। সেইদেখি মোক সোনকালে অগ্ৰিম গ্ৰাহক আৰু পয়গা লাগে। Come come hurry up প্ৰকৃপাবৰ। ডাকৰ টোপোলা। { গীত) { আসা ভৈৰধা—ইংৰি।) কই যোৰ ডাকোৱাল, খোজ কিন্তু কোবাল, জুক জুমুক কিনো বাজে? তোমাৰ সি টোপোলাত চিঠি নামে অসংখ্যাত কিনে অদভুত বস্তু বাজে? বিদেশত আছে পতি, ৰত বইছে সঙ্গী, মৰম বাতৰি কিবা যায়? বিৰহত পোৰা নাৰী মাগি প্ৰেম শান্তিবাকি প্ৰণয়ীক প্ৰণয় কানায়? পিতৃৰ সন্দেশ-বাৰ্তা, মাতৃৰ ভাবনা চিন্তা, বা সাদ শাখ,