1 হী। (১ম খ, ৩ ফ্যা । আমি খুবিয়ে ভাল হব; উলিয়াবই লাগিব; নতুবা আমি আপাত নিৰা মহক।” ৰৰৱ। “বাৰু। উলিয়াব লাগে যদি উলিয়াম। কিন্তু তাত লেখিবলৈ একো বিষয় নাই।” ক। অনেক বিষয় আছে। সকলো বিষয় আছে। নীতি, সমানীতি, সাহিত্য, বিজ্ঞান, দৰ্শন, কবিতা, শিল্প, ধৰ্ম, কৰ্ম, বেহ বেপাৰ, ইত্যাদি। ডাঙৰীই লেখিলেই হল।” খব। ৰানীতি দেখিবলৈ গলে কত কাৰাগৰ লগাও চিন নাই। বৰ্মৰ কথা লেখিবলৈ গলে আমাৰ চাৰিসত্ৰীয়া গোসইসকলকে প্ৰমুখ কৰি ভকত বৈষ্ণৰই নাও দিব পাৰে আৰু তাৰ উপৰিও মোয়া মৌলবি সকলেও যে মোৰ মূৰৰ ওপৰলৈ "থোদাৰ গজপ” পঠিয়াবলৈ নিবিচাৰিব এনে কথাও নাই। সমাজনীতি চৰ্চা কৰি- বলৈ গলে উনীৰ সমাৰ যত ধৰণী সকলে মোক যে এখৰীয়া নকৰিব পাৰে বা আটক কি? কবিতা লেখিবলৈ কলম ধৰিলে মোৰ আদৰৰ উঠি-অহা আৰু পৰি-ঘোৱা অসমীয়া কবি বন্ধু সকলে অনধিকাৰ চৰ্চ্চা অপৰাধত মোক এগৰীয়া কৰিব। সাহিত্য আৰু বিজ্ঞানত মই একেবাৰেই অঙ্গন। সেই দুটা বিষয়ৰ হিলৈ খৰ বিচাৰি উলিয়াবলৈ মোৰ পেটটোত আপোনালোকে খানাতলা” কৰিলে কিজানি মোৰ গাত গায় চাট পৰা একো নাপাব। দৰ্শন—মই বিদ্যালয়, যাক জাপোনালোকে পঢ়াশালি বা কঠিয়াতলি বলে, এৰিবৰেপৰা অদৰ্শন হৈ পৰি আছে। বেহা-বেপাৰৰ বিষয়ে লেখিবলৈ পলে, যেহা-বেপাৰত পকা বাবু জিলমিল কেয়াৰ সৈতে মোৰ নাৰ নধটিলেও কথাৰ ঘটিব। ফলত তেওঁৰ গোলাপ। উঠনাকৈ লোণ তেল খোৱ আৰু ঠেকত পৰিলে শতক। 14 টকা খাঢ়িত ধন ধাৰে লোৱাৰ ভিকাচন কাগিৰ। গতিকে, এই লেখো কি?"
- । “নহয় আপুনি লেখো বুলিলেই হয়; কাকত উলিৱাওঁ বুলিলেই