পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

, ১১] বৰ্তমান ভাষাৰ অৱস্থা। becoming the mental pebulum of specially educated class Bengali as it has progressed since the introduction of the printing press has become more and more Sanskritized while Assamese uuder the wise conduct of the local miss ionaries has escaped the fate of its sister language-Assamese literature is essentially a national product and it is so still... এতেকে অবাবত আমাৰ তা সংস্কৃতীয়া কৰা অন্যায়। বত পোনপটীকা কথাৰে, সৰল ঘৰুৱা শব্দেৰে কোনো কথা কব বা লিখিব পাৰি, তাত সৰু এক সুমাই শুনিবলৈ ললিত কৰিবলৈ যোৱাটো ভুল, আৰু তেনেকৈ লিখাই ভাষাৰ উন্নতি নকৰি বৰঞ্চ অৱনতিহে কৰে। “ঙ্গে ভিতৰতে বস্তুনিনাদে খনে বনে তোপধ্বনি হল। ৰাতিপুৱাবলৈ এতিয়া অলপ সময় আছে; মনোল্লাসত সকলোৱে ব্যন্ত। ২২ অক্ষোৰৰৰ পুৱা লাকুল পৰিপূৰ্ণ শুভ্ৰ জ্যোতিষু অৰুণ কিৰণে আলোকিত ভূমিখণ্ড দেখা গল। সঙ্গীত সহিত উপাসনা সমাপন হল।” এনে লিখা শেয়া। সংস্কৃত বিদ্যা অসমীয়া ভাষাত এনেকৈ দেখুৱাবলৈ যোৱাটোত অসমীয়া ভাষাৰ উন্নতি কৰা নহয়। অসমীয়া ভাষাৰ আলোচনা কৰিবলৈ যাওঁতে নতুন আখৰ-ষোটনি, নতুন শল উদ্ভাৱন, নতুন গঠনেৰে লিখা উলিয়াবলৈ যোৱাটো বৰ বেয়া। কিন্তু এই কথাও সৰ্ট যে যদিও হেমকোষ অভিথানে আমাৰ শব্দবিলাকৰ আখৰ- খোটনিৰ বাট উলিয়াই দিলে, তথাপি এনে বহুত শব্দ আছে যাৰ বিষয়ে আমি এতিয়াও বিবাং হব পৰা নাই। হেমকোষত থকা শব্দবিলাকৰ আখৰ-টেনি সবকেলে এক হ লাগে। হেমকোষত কি-বোটনি বাজি দিছে, ভাত আমি আপত্বি কৰিব নেলাগে, আৰু হেমকোষৰ বাহিৰে যিবিলাক শব্দ আছে সেইবিলাকৰৰ এটা ভাল মীমাংসা কৰি সকলোৱে একে আখৰখোটনি এ কৰিব লাগে। বিদেশী শব্দ আমাৰ তাত সোমালে তাৰ উচ্চাৰণ অনুসৰি আখৰবোটনি, আৰু লাগে। চাহৰ যেনেকৈ লিখোক, চোলেন, চৰকাৰি, ৰা, চাৰে (আ), চাল, গনি, পোছ, চিল, চুকীয়া ইত্যাদিও লিখা উচিত। ইংৰাজীৰ ফৰে,॥ ch কৰে লিখিতে লোকৰে যিলে শাৰ পি শাকি। এতে 1