মা, ১৮৩১] বৰ্তমান ভাষাৰ অৱ। এনেতে বহু দূৰৰপৰা প্ৰথম কুৰাৰ জাক শুনিলো। কুকুৰ ডাক শুনি তেওঁ ৰিকাৰ শাৰি উঠি মোক ফলে “বোপাদেও, অদৃষ্টৰ লিখন কোনে খখাব • মই আৰু বাহিৰত থাকিব নোৱাৰো।" এই বুলি বৰ শোকৰ চকুৰে মোৰ ফালে তেওঁ চাই লাহেকৈ নামি মৈদামৰ ভিতৰলৈ গল। তেওঁ মাৰি ভিতৰ পালতে, মানুহ হাতী থোবোৰ আকৌ আগৰ নিচিনা বাবোৰ হল; আৰু সেই কাবোৰৰ চকুবেৰ আলি তাৰপৰা জুইৰ ফিৰিঙতিৰ নিচিনা ওলাবলৈ ধৰিলে। ক্ষন্তেকতে সেই কাৰোৰে আগৰদৰে পৈশা- চিক তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে। তাৰ কেৰ পিছতে মৈদামটোৰ মুখখন জাপ গৈ আগৰ নিচিনা হল। মই সাৰ পাই দেখিলোঁ, মই মোৰ পোৰাপাটাতে পৰি আছে, আৰু বুকু খোচা-বিন্ধা গলপো কৰা নাই। শমীনাৎ বেজবৰুৱা।
বৰ্তমান ভাষাৰ অৱস্থা। ভক্তৰ গ্ৰীয় চাহাবে ভাৰতীয় ভাষাবিলাকৰ আলোচনা কৰাৰ লগে লগে আৰু অসম গৱৰ্ণমেন্টে ৮ হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ হেমকোষ” দুপাই উলিৱাৰ লগে লগেই কলিকত। ইউনিডিটিত অসমীয়া ভাষা ডিগ্ৰি পৰীক্ষা- লৈকে পাঠ্য হল। আৰু তল ও সকলো খাপৰ পঢ়াশাশিবিলাফত অসমীয়া ভাষা চলাৰ পৰা আজি অলপ গিনৰ ভিতৰতে ভাষাই বৰ বহলকৈ উন্নতিৰ বাটত বেগ দিবলৈ খোপনিপিটি লৈছে যেন দেখিবলৈ পোৱা গৈছে। চাৰিখন কৈ সমালোচনা কাকতৰ প্ৰায় একে সময়তে আবিৰ্ভাব, অসমীয়া ভাষাৰ আধুনিক বুৰঞ্জীত বোধ কৰে আগেয়ে ঘটা নাছিল। অকল বে আলোচনী ওলালেই ভাষাৰ উন্নতি হৈছে বুলি কব খুজিছোঁ এনে নহয়, কাকত কেইখন উলিওৱা গৰাকীসকলৰ মনৰ আৰক ভাৰৰ লগে লগে, সেই কাকতবিলাকে সৰ্বসাধাৰণৰ ওচৰ চাপোতে যেনে সৎকাৰ পাইছে তাৰপৰা দেশৰ মানুহৰ ভাষালৈ আগ্ৰহটো খুলিব পাৰি। সেয়ে উন্নতি