পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৈদাম। মৈদামৰ ভিতৰলৈ মাতিছিলে; তুমি ভৰ কৰি নাযাবৰ দেখি নেই ই তোমাৰ ওচৰলৈ আহিলে। সি আজি নেক কালৰ আগৰ কণা-বুঢ়া ৰা প্ৰভাপসিংহৰ দিন। প্ৰতাপসিংহক বুদ্ধিস্বৰ্গনাৰায়ণে বুলিছিল। তেওঁৰ হিনিন কোৱৰ আছিল। বৰৰ কোৱৰৰ নাম চুৰাক্ষা, মাজুনৰ নাৰ চুটিয়াফা, আৰু সৰুজনৰ নাম চাই আছিল। বুঢ়া ৰজা নাৰায়ণৰ বৰ নৰিয়া হত, তেওঁৰ শন কোৱৰ চাইয়ে কিছুমান ৰণুৱা মানুহ গোটাই লৈ, বাপেক মৰাৰ পিছত সিংহাসন অধিকাৰ কৰিবৰ নিমিত্তে সাধু হল। ববকোৱৰ চুম্বাই মাছু ভায়েক চুটিয়াফাক কলে ৰে তেওঁ নিজে নিঃসন্তান। গতিকে, তেওঁৰ পিছত চুটিয়ানাই যে বৃদ্ধি পাব এইটো ধুকপ। এই বুলি তেওঁ চুটিয়া- নাক বুজাই প্ৰবোণ দি নিজৰ ফলীয়া কৰি লৈ, দুয়ে মিলি ধড়ষন্তকাৰী সকলৰ সৈতে চাই নগৰৰপৰা যা কৰি খেদাই থিমে। প্ৰতাপসিংহ 'দুকালত ডাঙৰীয়াসকলে চুৰাজ্জাক ৰজা পাতি সেৱা কৰিলে। তাৰ পিছত চাইয়ে যদিও আকো ষড়যন্ত্ৰ কৰিছিল, কিন্তু অকৃতকাৰ্য হৈ ধৰা পৰি চুৰা- কাৰ হাতত প্ৰাণ হেৰুৱালে। চুম্মা অতি ঃ স্বভাৱৰ লোফ অছিল। ৰা হৈয়েই তেওঁ বাপেকৰ কুৱৰী মাহীয়েক এজমাক নিজৰ কুৰবী কৰি ললে! তাৰ পিছত চেটিয়া জাতৰ তিতা এজনীক, তাইৰ গিৰিয়েকক বি পুৱাই মাৰি নিজৰ কুঁৱৰী কৰিলে। চেটিয়া কুৱৰা ৰজাৰ বৰ গ হৈ পৰিল। তেওঁ আগৰ গিৰিয়েকৰ ভতি শৰা এটি তোজনীয় পো কৰি ললে, আৰু ৰজাৰ হতুৱাই সেই লৰাক যুব মনোনীত কৰাই ৰাৰ পিছত ৰাজপাটত বহুৱাবলৈ থিৰ কৰিলে। চুকাকাই ৰা বৰ আগেয়ে মা গয়েক চুটিয়াৰ আগত কৰা অঙ্গীকাৰ এইদৰে ভঙ্গ কৰিলে। ইয়াৰ কিছু দিনৰ পিছতে ঈশ্বৰৰ ইচ্ছা সেই তোপনীয়া লৰাটো মৰি থাকিল। তেল- নীয়াক বিহ ধুৱাই মাৰিলে বুলি চুটিয়াক্ষাৰ পুতেক এজনৰ গাত বদনাম পৰিলত, সেই কোৱঁৰক প্ৰাণদণ্ডৰ নিমিত্তে চাওদাঙৰ হাতত দিবলৈ বজাই চুটিগনিফাক আদেশ কৰিলে। পুতেকৰ জগত (যদিও সেই জগৰৰ কোনো প্ৰমাণ নাছিল। চুষ্টিয়াঙ্কাৰ ধন সম্পত্তি কাঢ়ি লৈ ৰাজত ৰাললৈ পঠিৱা হা। ইয়াৰ লগে লগে চোটনৰ ইচ্ছামতে আৰু এটা ৰাজ আজ্ঞা প্ৰচাৰিত হল যে