সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

য, ১৮১] মৈনাস। তাৰ সেই বিয়াপিবিৰক্ত হৈছিলোঁ, কি পি জোকৰ পৰামৰ্শ এতে সপৰিবাৰে তাক মোৰ পেটত মই দিবলৈ বাধ্য হলো! তোৰ পৰামৰ্শ বুলি-সেকৰ চনি বোলাই উচিত, কিননা, প্ৰথমে যদিও ছেকে নিৰ গুণৰ ৰাখি সেই পিঠাগুড়িৰ ওপৰত। নকৰিবতৈ মোক গহীনতাৱে উপদেশ দিছিল, কিন্তু এই সেই উপদেশ ভালকৈ কাপ পাতি মুশুনা যেন দেখি পিছত লি, প্ৰথমে পিৰি কথা কোৱা মুখাটো হাই ৈ বৰং ভয়বিহ্বলতা প্ৰকাশ কৰি খচখচৰি শগই বিলে, অন্তত মোৰ ওপৰত বৰকৈ ভাবি আৰু টানকৈ হুকুম জাৰি কৰিবলৈ ধৰিলে। সত। কথা কবলৈ গলে, ভালেমান দিন বিচ্ছেদৰ মূৰত যিলনৰ বাবেই নে কি কৰ নোৱাৰে, মোৰ জিভাই সেই পিঠাগুড়ি সজনিত প্ৰীতি অনুভৱ কৰি নাকিছিল। | প্ৰধষ ঘুমটি অন্তত সাৰ পালো। মোৰ টেঙা-পানী উঠা আৰু বুকুত অশপ খোচা-বিন্ধা কৰা যেন পালে। বুজিলোঁ, যদিও তাৱে পিঠাগুড়ি মোৰ অন্তপুৰত প্ৰবেশ ক'ৰছিল, তথাপি সি পূৰ্ব শক্ত মনে জানি” মোৰ বুকুত পৰ হানি" শত্ৰুতাচৰণ কৰিবলৈ পাহৰা নাই। “ভাৱো যাদৃশে যস্য নজহাতি কদাচন” এই পুৰণি শ্লোক মাতি শনৰ জোত মিটাই, পাটীতে আকৌ সুটি-বাগৰ জি টলা মাৰি লো। সেই ভাৱে পৰি থাকে- হেই মোৰ টোপনি আহিল। কিমান পৰৰ মূৰত কৰ নোৱাৰে, তলত লেপ। সমাজিকটা দেখিলে মই গৈ ৰাতিপুৱা দেখা সেই মৈদামটো পালোঁ। তাৰ ওপৰত আগৰ জইে বহি থকাৰ পিছত দেখিলে, মৈদামটা শানুক এটা মেত খোৱাৰি যে খালে। তাৰ ভিতৰত কি ভয়। | দুটা হাতীৰ ককা। পাঁচোটা ঘোৰাৰ ককা। এমখা শানুহৰ জকাল আৰু ডাঙৰৰ)। হটা মানুহৰ জকাই হাতেৰে দুটা আঁৰিয়া খৰি আছে আৰু অলি থকা সেই আৰিয়া দুটাই মৈদামটোৰ ভিতৰখন পোহৰাই থৈছে। দেখিলে তাৰ ভিতৰখন ছালণিৰা, বৰপিৰা, মেৰচৰা, বটা, শৰাই, পিকনি, শোটা, বাটি, কাহী, কলহ, খাবৰ বস্ত, পিন্ধিব কাপোকানি ইত্যাদিৰে ভৰপূৰ। সেই