পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [১৪ বছৰ, ৩য় সংখ্যা মিয়ৰ ৰৈ হাত পাতিলে। মই তেতিয়াই চেলেউ-কল্পতৰু হৈ পৰি সৰাতে সমান ভাৰ” প্ৰকাশ কৰি আগশাসকলক চেনেউ-কল গান কৰিলে। | চেলেই পাই প্ৰয় হৈ তাৰ গৰখীয়া লৰাটোৱে আকৌ মই নোসোথা- কৈ মাত লগালে,-“দেউতা, এইটো কিহৰ টিলা সচাকৈয়ে আমি কব শোৱাৰে; আমাৰ গাৱৰ আন কোনোৱেও কব নোৱাৰে। কিন্তু তাহানি এদিন মোৰ বুঢ়া ককাই মোক কোৱা মোৰ মনত আছে, যে এইটো হেনো কোনোবা বুৰ্মিনাৰায়ণ ৰজাৰ দিনৰ মৈদাম। কক ধুকাবৰ আজি ছু বহ হল। তেওঁ জীয়াই থকাহেঁতেন ইয়াৰ বিষয়ে আৰু কিবা কব পাৰি- লেহেঁতেন কিজানি।” লৰাটোৰ কথা শুনি মোৰ মনত ক্ষন্তেকতে নানা ভাং খেলালে। কিন্তু এটাইবোৰ কিবা খেলিমেলি লাগি থকা ভাব, সত- ফাই সেইবোৰ জুকিয়াই সব পৰা নহয়। সি যিহওক, এইটো ভালকৈ বুলিলে যে সেই মৈদামটোৰ বিষয়ে সিহঁতৰপৰা নাইবা সেই ঠাইৰ আম কোনো লোকৰপৰা কোনো কথা জানিবৰ উপায় নাই। গতিকে অপমান পৰ মৈদামটোৰ ওপৰত বহি থাকি, লাহে লাহে তাৰপৰা নামি গুচি আহিলোঁ। দ্বিতীয় আধ্যা। মই অভয়পুৰত যি গৃহস্থৰ ঘৰত “গধূলিৰ অতিথি সাক্ষাৎ দামোদৰ” ৰূপে খিতি কৰিছিলোঁ। সেই ঘৰৰ ঘৈণীৰ সেইদিনা নেন-ঠে-ঠে বিধৰ গা বেয়া হোৱা গতিকে আলিহী সুধিবৰ ভাৰ চাউল-সিজোৱাৰ ওপৰত পৰি লোৱা পিঠাগুৰিৰ ওপৰত পৰিল। পিঠাগুৰিয়ে সেই বাব পাই গধূলি মোৰ খাবৰ সময়ত এটা বাটৰ ভিতৰত বহি গপতে ওফন্দি এবাটি হৈ লগত এটা আঠী-কল এখামেচি গুড় আৰু আদপোৱামান এৱ। গাখীৰ লৈ মোৰ আগত পথ-কৰে ওলালাই। পিঠাগুৰিৰ সৈতে ভালে- অন দিনৰপৰা মোৰ অসম্ভৱ চলি আহিলি; সৰই নকওঁ, সেই অসম্ভাৱ ইমান দূৰ পকি উঠিছিল যে পিঠাগুৰিৰ সৈতে মোৰ মাত-বোল দূৰৰ কথা শোতে একপ্ৰকাৰ বন্ধ হৈছিল গৈ। আখি অবাচিতভাৱে অনষন সি আহি মোৰ আগত প্ৰকাশ হোৱা দেখি পোনতে যদিও মই