পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৈদাম। প্ৰথম আধ্যা। ভ্ৰাম্যমান পৃথিবীত পৰিভ্ৰমণ লেখকৰ ভাগত বিধিৰ লিখন। ফুৰোঁতে ফুৰোঁতে এদিন শিৱসাগৰ জিল্লাৰ অভয়পুৰ মৌজাত এভোৰ মুকলি পথাৰৰ মাজত এটা টিলা দেখা পালোঁ। টিলাটোৰ ওপৰত গৰখীয়া না গোটাচেৰেকে এজাক গৰু চৰাৰ লাগিছে। টিলাটো কিহৰ মোৰ নিৰ মন গল। লাহে লাহে গৈ মইও টিলাটোৰ ওপৰত উঠি গৰখীয়া লৰাহঁতক সুধিলে, “এইটো কি? এটা লৰাই উত্তৰ দিলে “উই-ফ।” মই কলে। ইমানটো ডাঙৰ উই-হাফ কৰবাত হব পাৰেনে?" আন এটাই মাত লগালে “হৰ নোৱাৰে যদি নহয়; হব পাৰে যদি হয়।” তাৰ কথাষাৰ যে সুৰীয়া হৈ ওলোৱা নাই, তাক কোৱাৰ গঢ়তে মই বুজিলো। আৰ বুলিলে। যে সিহঁত বৰ চেঙা; পোন পটিয়ে সিহঁত মোৰে সৈতে আলাপ কৰিবলৈ অনিচ্ছুক। ইয়াকে ভাবি থাকাতেই দেখিলোঁ, সিহঁতৰে ভিতৰৰ •এটাই চেঙা মৰা এটাৰ পিছে পিছে লৰি গৈ তাক আগহি নোৱাৰি, অলপ ঘূৰি গৈ হে ক আগছিলে। সেই আৰ্হি হতাশিকে লৈ মইও সিহঁতক আহিবৰ এশালী সালে।। মোৰ চোলাৰ মোনাত “চিগ”ে অৰ্থাৎ দুপাতেৰে মেৰোৱ টেলেই ছিল। তাৰে গোটাচেৰেক উলি- যাই গলো। চিগৰেটৰ মোহিনী শক্তি আৰু এ জাৱৰ কথা মোৰ জনা আলি; গতিকে, সি যে সামৰ এচুকৰ অভয়পুৰ মৌজাৰ আৰৰ শৰীয়া পৰা বৰাৰ পাৰিব সেই কথাত মোৰ সনেনাবিল। এটা টেনে উতই লগাই লৈ মই দেখোলামান মাৰি সিহঁতৰ ভিতৰৰ মূৰীয়াটো চেলেই এটা যাচিলো। বলৰ টোপৰ বৰৰি চেগুলি লগাটি কৰে সি মোৰ চেলেট-টোপৰ বৰিত লাগিল, আৰু তাৰু মোৰ গায় ভিখ কৰোঁতে-নৌকৰোঁতেই থাকী কেইটাই মোৰ ওচৰত চেনেন