পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯ আঘ, ১৮১] সম্পাদকৰ চৰা। কটনৌ-পাউড” “চিলি পাউড” “হট” ইত্যাদি। তেল দূপে ভাল, কিন্তু সৰই পৰিমাণে নহয়। ৰাতি গুযৰ সময়ত শিলিখা এটা চেৰাই থাই শুই থাকিলেও পিছদিনা পেট খোলোচা হয়। তা কুহৰীয়া পানীৰে বা চালোন-পানীৰে এনিমা (Eneina) লৈ পেট নিকা কৰাটোও সহ উপায়। পানী-লগা ব্যাধিত পৰাজনে দুই চাৰি দি তেওঁৰ কামৰপৰা যত এৰুৱাই জিৰোৱা আৱশ্যক। তাকে নকৰি সেই অৱস্থাতে কাম কৰি থাকিলে পানী-লগা ব্যাধিটো অবাধ্য হৈ উঠে; আৰু সহজে তাক পাৰপৰা এৰুৱাব নোৱাৰি। পানী-লগাৰ আদিতে গীয়াই এৰাতি লযোন দিলে ভাল। সমূলী লোেন দিব নোৱাৰাসকলে লঘু আহাৰ কৰিব , গধুলি ভাত নাখাব; এখন বা দুখন ৰুট, চাহ, বা ফাহাৰ, বা আখৈ, অটমিল, বালি, ইত্যাদি বিধৰ আহাৰ কৰিব। মানুহৰ বিশ্বাস আছে যে পানী-লগাটো খোচ ব্যাধি নহয়। কিন্তু জীৱাণু বা পোক theory বা মত যদি সচা হয়, তেন্তে সি থোচ ব্যাধি শাৰীলৈ নাযাবৰ কোনো কাৰণ নাই। সি যি হওক, পানী-লগা পৰিয়াত পৰাজন নৰিয়াৰ কেইদিন তেওঁৰ ঘৰৰ আন সুস্থ মানুহবিলাকৰ কাষৰপৰা আঁতৰি থকাই ভাল; আৰু তেওঁ বেলেগ বোটালি এটাত বেলেগে শুলেই সকলোৰে মঙ্গল। গুৰিতে পানী-লোক অগ্ৰাহ্য কৰি অসাৱধান হৈ তাক গুচাবলৈ চেষ্টা নকৰিলে শেহত তাৰপৰা বিশেষ অনিষ্ট হবৰ সম্ভাৱনা। তাৰপৰা নাকত ঘা, কাণত পুৰু, ডিঙিত কিষ, ইত্যাদি নৰিয় হৈ পুৰণি হৈ নাকেৰে একে- বাৰেই গোন্ধ নোপাৱা, কাশেৰে না, আৰু ক্ষয়-কাহ আদি হোৱা পানী-লগা অৱস্থাত সৰহকৈ চেনি আৰু সোৱা বহু গালে আৰু অতিৰিক্ত আহাৰৰ বোজা পেটৰ ওপৰত দিলে, পানী সহ এবাৰ নোৱাৰা অৱস্থাত পৰেগৈ। কুৱাৰ ৰিপ সদায়। নাকত ঘা হলে “চুৱা-তেল” উজাব লাগে। সেই তেল নাপালে সৰিয়- হৰ পকা তেল নসইও গুল দিয়ে। দুপ পানীত অলপ লোণ ছি?