পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫৫৬
২য় বছৰ, ১২শ সংখ্যা।
বাঁহী।

নিমিত্তে সঞ্চত কিতাপ এখন পঢ়ি ছিল। উপন্যাস কি সাধুকথাৰ কিপ টা নয়, এটা বৰ টান পৰীক্ষাৰ নিমিত্তে টকিতাপৰু মের তেনে পঢ়া নহয়—আটাইবোৰ মনত ৰাখি পঢ়া। আমি তেওক শুধিলে। “দে, তােমাৰ এই গােলমালত পা হৈছে নে? তেওঁ আমাক সেই কিতাপৰ কেনমান পাত ( কেইখন পাত কর নােৱাৰে, যতে) দেখুৱাই লে, “এই ইমানখিনি পঢ়িলোঁ।। ” তে চিলি চাচিৰ পৰীক্ষাত অকুণ্ড- কাৰ্য হৈছিল; কিন্তু সেই অকৃতকার্য হােৱা শপত বৰ হে হল। তেওঁ যি কামত সােমাইছিল সেই ঠাইই তেওঁৰ ঠিক ঠাই আছিল। তেওঁ ইশীৰিয়েল একেচনেল চাচিত কাম পাইছিল-শৱৰ্ণমেন্ট কে এই উচ্ছ ছিল ক্লিাগত কাম নিদি তাৰ আগতীয়া খাগত কাম দিয়া হলে পর্ণমেন্টে নিক অপমান কৰিলেহেতেন। তেওঁৰ দৰে বিদ্বান মানুহজন শিক্ষা বিভাগ লাখাকি যদি চিহুিল চর্ধিত কাম পালেহেতেন তেনে হলে শিক্ষা বিভাগে এমন পণ্ডিত মানুহক হেৰুৱালেহেতেন। | হৰিনাথ সৰুৰেপৰা চোকা লৰা আছিল। তেও আইনৰ পৰীক্ষা পা কৰি পাঁচ টা বৃত্তি পাইছিল। সেই তেতিয়াৰেপৰা আৰম্ভ কৰি শিক্ষা বিভাগউচ্চ পদ শাইও তেওঁৰ পৰীক্ষা পাচ কৰাৰ ওৰ পৰিল। সংস্কৃত আৰু আৰবী ভাষাত ডীপাটমেণ্টে পৰীক্ষা পাছ কৰি দুহালৰ হাজাৰ কৈ টকা পুৰস্কাৰ পাইছিল আৰু উৰিয়া ভাষাত পা ফৰি এজোৰ টকা পাইছিল। সংস্কৃত আৰু আৰবী ভাষাত উচ্চ পদক পী পাচ কৰি তেওঁ হু হাজাৰ টকা পৰাৰ পাইনি। | হৰিনাথৰ জীৱনত যে লেশ মাত্রও নােম নাছিল দি নহয়, কিন্তু যি অলপ আছিল সেই দেশে এনেছেন বিদ্বান মানুহৰ জ্যোতি কৰ ঋৰিব পৰা নাছিল। তেওৰ ছাত্ৰসকলে তেওঁক কি কৰিছিল। ইয়াৰ নেী- যদিও তেওঁৰ শেষ কেটা দিন কলিকতাৰ কৰাটৰ ওচৰৰ মেটকাফ ক অথবা ইম্পীৰিয়েল লাইব্ৰেৰীৰ লাইব্ৰেৰীৰ হৈ থকাৰ নিমিত্তে দাগৰ সকলৰ সৈতে তেওঁৰ সিমান সংশ্রৱ নাছিল, ইয়াতে গম পােৱা যায় যেতে মৃত্যুৰ বাতৰি বিজুলী-সঞ্চাৰ কলিকতাৰ চাৰিফালে মােৰ শত্ৰতে ফলে ওৰেৰে তেওঁৰ গৰি গল। | মৃতুৰি সময়ত তেওৰ বয়স কেৱল মাল ৩ ঘ হৈছিল। ইমাম ক খসড় মৃত্যু হৈও যে ডে ইন নাম খাবি গবে ঐশী। তও মধ্যপ্রদেশৰ উকল রুগীয় ৰায় ভূ র বায়হৰৰ পুত্র। গ পিও, ॥ মাঙ্গ, আৰু যশ অ িন ন ন গ শোেক পােনকৈও পেন । এলামি বৰুৱা